এজৰা বন্দন, ওৰফে এজৰানুৰ৷ অনলি ফেন তাৰকা সেই তৰুণীক লৈ নেট মাধ্যমত চলিছে চৰ্চা৷ চৰ্চাৰ কাৰণ তেওঁৰ ২৪ ঘণ্টাৰ পৰিকল্পনা৷ কি পৰিকল্পনা কৰিছিল তৰুণীগৰাকীয়ে? কেৱল চৰ্চাই নহয় গ্ৰেপ্তাৰো হৈছে এজৰানুৰ৷
অনলি ফেন তাৰকা, অৰ্থাৎ প্ৰাপ্ত বয়স্কসকলৰ বাবেই ভিডিঅ’ প্ৰস্তুত কৰে৷ সেইগৰাকী তাৰকাই হঠাৎ জনাই যে তেওঁ বিশ্বৰ সকলো ৰেকৰ্ড ভাঙিব খোজে৷ ২৪ ঘণ্টাত তেওঁ অন্তত ১০০ জন শয্যাসংগী ল’ব খোজে৷ তৰুণী তাৰকাৰ এই ঘোষণাৰ পাছতেই আৰক্ষীয়ে তৰুণীগৰাকীক গ্ৰেপ্তাৰ কৰিছে৷ সৰ্বভাৰতীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই খবৰ৷
ইস্তানবুলৰ সেই তৰুণীয়ে জনাইছে যে তেওঁৰ লক্ষ্য প্ৰথমে তুৰ্কিৰ ৰেকৰ্ড ভৰা৷ তাৰপাছতেই বিশ্বৰ সকলো ৰেকৰ্ড ভঙা৷ সৰ্বভাৰতীয় সংবাদ সংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি সেই তৰুণীৰ পূৰ্বে পাঁচটাকৈ ক্ৰিমিনেল ৰেকৰ্ড আছে৷ অৰ্থাৎ আৰক্ষীৰ ওচৰত পূৰ্বেই তেওঁৰ নাম ৰেকৰ্ডত আহিছে৷ তাৰমাজতেই আছে অন্যক অপমান কৰা, ধমকি দিয়া, সম্পত্তি ক্ষতিগ্ৰস্থ কৰাৰ গোচৰ৷ তেওঁৰ স্বামীৰ বিৰুদ্ধেও অভিযোগ উঠিছে আৰক্ষীৰ ওচৰত৷ সেই তৰুণীৰ অভিযোগ, আৰক্ষীয়ে তেওঁৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছে৷ বান্ধি ৰখা হৈছিল হাত, ঠাণ্ডা মজিয়াত পেলাই ৰখাও হৈছিল৷ তেওঁৰ কানতো গুৰুতৰ আঘাত কৰা হৈছে৷
উল্লেখ্য যে কেইবাদিন পূৰ্বেই বনি ব্লু নামেৰে এইগৰাকী অনলি ফেন তাৰকাই জনাইছিল যে ১২ ঘণ্টাত তেওঁ বিচনাত সংগ দিছে ১০৫৭ জন পুৰুষত৷ এয়া কেৱল ১২ ঘণ্টা নহয় ২৪ ঘণ্টাৰ নিৰিখতো বিশ্ব ৰেকৰ্ড৷ সেই ৰেকৰ্ড ভাঙিব বিচাৰে এজৰাই৷ পূৰ্বে ২০০৪ চনত লিছা স্পাৰ্কছৰ এদিনৰ শয্যাসংগী আছিল ৯১৯ জন৷ ২০২৫ত সেই ৰেকৰ্ড ভংগ কৰিছে বনিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















