• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ পেজাৰ নহয়, টাৰ্গেট মোবাইল! লেবানন, ছিৰিয়াত কোনে কেনেকৈ চলাইছে আ/ক্ৰ/ম/ণ?

এইবাৰ পেজাৰ নহয়, টাৰ্গেট মোবাইল! লেবানন, ছিৰিয়াত কোনে কেনেকৈ চলাইছে আ/ক্ৰ/ম/ণ?

2 years ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

22 minutes ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

51 minutes ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

1 hour ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

3 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

3 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

5 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

5 hours ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

6 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

7 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ পেজাৰ নহয়, টাৰ্গেট মোবাইল! লেবানন, ছিৰিয়াত কোনে কেনেকৈ চলাইছে আ/ক্ৰ/ম/ণ?

এইবাৰ পেজাৰ নহয়, টাৰ্গেট মোবাইল! লেবানন, ছিৰিয়াত কোনে কেনেকৈ চলাইছে আ/ক্ৰ/ম/ণ?

editor by editor
September 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
এইবাৰ পেজাৰ নহয়, টাৰ্গেট মোবাইল! লেবানন, ছিৰিয়াত কোনে কেনেকৈ চলাইছে আ/ক্ৰ/ম/ণ?
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেজাৰ, ৱাকিটকিৰ পাছত এইবাৰ মোবাইল৷ লেবাননত বিস্ফোৰণ হৈছে এইবাৰ মোবাইলো৷ একেলগে বহু মানুহৰ মোবাইল বিস্ফোৰণ হৈছে বুলি প্ৰকাশ পাইছে খবৰ৷ ঘটনাত এই পৰ্যন্ত ৩২ গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত ৩০০ৰো অধিক মানুহ৷ এই বিস্ফোৰণৰ আঁৰত ইজৰাইলকেই দায়ী কৰিছে হিজবুল্লাহে৷ আৰু ক’ত ক’ত এই বিস্ফোৰক লুকাই ৰখা হৈছে তাক লৈ আতংকৰ সৃষ্টি হৈছে৷

মঙলবাৰে লেবাননৰ ৰাজধানী বেইৰুটসহ একাধিক অঞ্চল কঁপি উঠিছে চিৰিয়েল ব্লাষ্টত৷ সাধাৰণ মানুহে ব্যৱহাৰ কৰা পেজাৰ বিস্ফোৰণ হৈ থাকে৷ ৰাস্তাঘাট-শ্বপিং মলতেই ছিটিকি ছিটিকি পৰিছে ছিন্নভিন্ন হৈ পৰা দেহ৷ একেদৰেই ছিৰিয়াতো এই বিস্ফোৰণ হৈছে৷ পেজাৰ বিস্ফোৰণত বৰ্তমানলৈকে কমেও ১৯গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহতৰ সংখ্যা ৪হাজাৰলৈ বৃদ্ধি পাইছে৷ এই আক্ৰমণৰ আঁৰত ইজৰাইলৰেই হাত আছে বুলি দাবী কৰিছে লেবাননে৷

বিগত বুধবাৰে যেতিয়া বিস্ফোৰণত হিজবুল্লাৰ সদস্যসকলৰ শেষকৃত্য চলিছে৷ সেই সময়তেই ৱাকি-টকি আৰু মোবাইল ফোনৰো বিস্ফোৰণ হয়৷ বেইৰুটসহ দক্ষিণ লেবানন জুৰি বিস্ফোৰণ হৈছে৷ একেলগে পেজাৰ বিস্ফোৰণ হৈছিল, ঠিক তেনেকৈয়ে ৱাকি টকি আৰু মোবাইল বিস্ফোৰণ হ’ব পাৰে৷ সঠিক সংখ্যা জনা নগলেও প্ৰায় শতাধিক ৱাকি-টকি বিস্ফোৰণ হৈছে বুলি জনা গৈছে৷

গোপন সূত্ৰই জনোৱামতে ইজৰাইলৰ গুপ্তচৰ বাহিনী মোছাদ এই আক্ৰমণৰ আঁৰত আছে৷ টাইৱানত যেনেকৈ পেজাৰসমূহ তৈয়াৰৰ অৰ্ডাৰ দিয়া হৈছিলস বিগত ৫মাহৰ পূৰ্বে মোছাদলৈ গৈ পেজাৰৰ মাজত বিস্ফোৰক যুক্ত বিশেষ চিপ ভৰাই আহিছিল, যি কোডৰ জৰিয়তে এক্টিভ কৰা হয়৷ এই কোড দি একেলগে সমস্ত পেজাৰ বিস্ফোৰণ কৰা হয়৷

সূত্ৰৰ খবৰ অনুসৰি ঠিক একে সময়তে লেবাননেও, ৱাকিটকি আৰু লেণ্ডলাইন টেলিফোন ক্ৰয় কৰিছিল টাইৱানৰ পৰা৷ সেইসমূহো বিস্ফোৰণ হৈছে৷ ইজৰাইলৰ এই আক্ৰমণৰ ওলোটা প্ৰত্তুত্ত্যৰ দিয়াৰ হুংকাৰ দিছে লেবাননৰ হিজবু্ল্লা গোষ্ঠী৷ ইতিমধ্যেই তেওঁলোকৰ ইজৰাইলৰ সামৰিক ঘাঁটিত ৰকেট আক্ৰমণ চলোৱা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে৷ যুদ্ধৰ অভিঘাত আৰু বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!
জীৱনশৈলী

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

April 25, 2026
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

April 25, 2026
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?
জীৱনশৈলী

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

April 25, 2026
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়
বাণিজ্য

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

April 25, 2026
Next Post
আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

পূজাৰ সময়তেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ, সফলতাই আকাশ চুমিব এই ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.