• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

1 hour ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

25 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

2 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

3 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

4 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

5 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

6 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

6 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

7 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

7 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

7 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

8 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী

editor by editor
March 20, 2026
in বিনোদন
0
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজি বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। জাগীৰোডত হাজাৰ হাজাৰ সমৰ্থক-অনুৰাগীৰ সৈতে আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে পীযূষ হাজৰিকাই। বৰষুণৰ মাজতো সমৰ্থকসকলৰ সৈতে স্বামীক সংগ দিলে পত্নী আইমী বৰুৱাই।
স্বামীৰ প্ৰতিটো কামতে কাষত থাকে আইমী বৰুৱা। আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা ৰেলীত সমৰ্থক আৰু অনুৰাগীক অভিবাদন জনাই চৰ্চালৈ আহিছে আইমী বৰুৱা। কিন্তু কি কৰিলে আইমীয়ে?
চৰ্চাৰ কাৰণ
আচলতে আইমীয়ে ৰাজনীতি আৰু মৰমৰ যুগলবন্দীৰে হাতৰ তলুৱাত স্বামীৰ নাম লিখি চৰ্চালৈ আহিছে। যেতিয়া মনোনয়ন দাখিল যাত্ৰাত অংশ গ্ৰহণ কৰি আইমী বৰুৱাই সকলোকে অভিবাদনজনাইছিল, তেতিয়া সকলোৱে লক্ষ্য কৰিছিল আইমীৰ হাতখনলৈ। য’ত লিখা আছিল ‘Pijush’। ইয়াৰ পিছতে অনুৰাগীয়ে হাতত স্বামীৰ নামৰ মেহেন্দি লোৱা দেখি সামাজিক মাধ্যমত আইমীৰ ফটো শ্বেয়াৰ কৰিছে।
এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত আইমীয়ে কয়, “এয়া এখন হাতত নহয়, দুয়োখন হাতত ছোৱালীজনীয়ে নাম লিখি দিছে। তাই মেহেন্দি আঁকি বৰ ভাল পায়, সেয়ে নিজেও লগাইছে আৰু মোকো লগাই দিছে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aimee Boruahasom live 24pijush hazarika
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…
বিনোদন

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

March 20, 2026
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
Next Post
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.