অসম লাইভ২৪ঃ এইবাৰ প্ৰবঞ্চকৰ শেন চকু চাংসাৰীস্তিত অখিল ভাৰতীয় আউৰ বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ AIIMS ৰ ওপৰত।
AIIMS চাকৰি দিয়াৰ নামত প্ৰবঞ্চকে চাৰিওফালে মেলিছে জাল।
অসম আৰক্ষীত কৰ্মৰত সুদক্ষ IPS বিষয়া আনন্দ মিশ্ৰৰ ফেন ক্লাবৰ ফেচবুক গ্ৰুপটো এই প্ৰবঞ্চকে পেলাইছে জাল।
ফেচবুকত বিভিন্ন ফেক একাউণ্ট খুলি AIIMSত চাকৰি ওলোৱাৰ কথা প্ৰচাৰ চলাইছে প্ৰবঞ্চক গ্ৰুপে।
8638818369 এই নিদিষ্ট ফোন নম্বৰ পৰাও AIIMSত চাকৰি দিয়াৰ নামত যোগাযোগ কৰি আহিছে এই প্ৰবঞ্চকৰ দলটোয়ে।
১৪২ পদ খালী হৈ থকা বুলি জনাই অসমৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা প্ৰচেচিং ফিজৰ নামত ৫০০টকাকৈ ধনো দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ