• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমৰনাথ যাত্ৰা বাতিল, ভক্তৰ বাবে অনলাইন দৰ্শনৰ সুবিধা

অমৰনাথ যাত্ৰা বাতিল, ভক্তৰ বাবে অনলাইন দৰ্শনৰ সুবিধা

5 years ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

24 minutes ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

60 minutes ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

13 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

13 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

14 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

15 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

16 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

16 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

17 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

18 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

19 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অমৰনাথ যাত্ৰা বাতিল, ভক্তৰ বাবে অনলাইন দৰ্শনৰ সুবিধা

editor by editor
June 22, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিবিধ, ভাৰত, ভ্ৰমণ
0
অমৰনাথ যাত্ৰা বাতিল, ভক্তৰ বাবে অনলাইন দৰ্শনৰ সুবিধা
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীৰ বাবে দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখা হ’ল অমৰনাথ যাত্ৰা। the amarnathji shrine boardৰ মুৰব্বী মনোজ সিনহাই সোমবাৰে সদৰী কৰে এই কথা। কোভিড পৰিস্থিতিৰ বাবে প্ৰতিকীৰূপত অমৰনাথ দৰ্শনৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিটিয়ে। ভক্তই অনলাইনযোগে দৰ্শন কৰিব পাৰিব পুৱা আৰু সন্ধ্যাৰ আৰতি। মন্দিৰত কোভিড বিধি মানি পালন কৰিব সকলো পৰম্পৰা। পুৱা আৰু সন্ধ্যাৰ আৰতিৰ লাইভ ষ্ট্ৰীমিং কৰিব মন্দিৰ পৰিচালনা সমিটিয়ে। উল্লেখ্য, ২৮ জুনৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল ৫৬ দিনৰ অমৰনাথ যাত্ৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amarnath yatraasom live 24assam live 24axom live 24jammu-kashmir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
Next Post
পেলনীয়া প্লাষ্টিকৰ পৰা তৈয়াৰ হ’ব সুস্বাদু ভেনিলা, আইচক্ৰীমও তৈয়াৰ কৰিব প্লাষ্টিকৰ পৰা…

পেলনীয়া প্লাষ্টিকৰ পৰা তৈয়াৰ হ’ব সুস্বাদু ভেনিলা, আইচক্ৰীমও তৈয়াৰ কৰিব প্লাষ্টিকৰ পৰা...

আদালতত হাজিৰ কৰাবলৈ নিওঁতে অখিলে দিলে চিঠি

আদালতত হাজিৰ কৰাবলৈ নিওঁতে অখিলে দিলে চিঠি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.