• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই খুব ক্লান্ত দেউতা…’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?

‘মই খুব ক্লান্ত দেউতা…’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘মই খুব ক্লান্ত দেউতা…’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?

editor by editor
December 28, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
‘মই খুব ক্লান্ত দেউতা…’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?
0
SHARES
16k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত দুই দশকৰ ভিতৰত ফিল্ম ইণ্ডাষ্ট্ৰীত কি কি পৰিবৰ্তন হৈছে? অভিনেতা অভিষেক বচ্চনে চিনেমা জগতৰ পৰিবৰ্তন সম্পৰ্কে দাঙি ধৰিছে বিশেষ তথ্য। সেই সময়ত অভিষেকে চিনেমা ইণ্ডাষ্ট্ৰীৰ সৈতে ওতপ্ৰোতভাৱে জৰিত হৈ আছিল। ফ্লপ হ’লেও এখনৰ পাছত আনখন ফীল্মৰ কাম হাতলৈ আহিছিল অভিষেকৰ। বচ্চন পৰিয়ালৰ সদস্য বুলিয়েই চিনেমা ইণ্ডাষ্ট্ৰীত এখনৰ পাছত আনখন চিনেমা পাইছিল অভিষেকে বুলি বহুতেই চৰ্চা চলাইছিল। কিন্তু অভিষেকৰ পাছত এইবাৰ চিনেমাজগতলৈ আহিছে অগ্যস্থ্য নন্দা। অগ্যস্থ সম্পৰ্কত অভিষেকৰ ভাগিন।

এই সম্পৰ্কত অভিষেকে কয়, ‘মই কেতিয়াও অমিতাভৰ পুত্ৰ হিচাপে কাম পোৱা নাই। যেতিয়াই নাটক বা চিনেমাৰ সময়ত কেৱল অমিতাভৰ পুত্ৰ হিচাপে নহয় এগৰাকী অভিনেতা হিচাপে উপস্থিত থাকো। তেতিয়া মই কেৱল পৰিচালকৰ নেতৃত্ব অনুসৰণ কৰো। কিন্তু মোৰ দেউতাৰ সময়ত কথাবোৰ পৃথক আছিল। তেওঁলোকৰ বাবে অভিনয় কৰাও চেলেঞ্জিং কাম আছিল।’

অভিষেকে লগতে কয়, ‘এদিন সকলোতকৈ বেছি চিনেমা ক্ষেত্ৰত কাম কৰিছিল শশী কাপুৰে। তেওঁ একে সময়তে মুঠ ১১ টা ভিন্ন প্ৰকল্পত কাম কৰিছিল। পৰবৰ্তীসময়ত শশী কাপূৰে ছেটত উচিত সময়ত উপস্থিত হ’ব নোৱাৰাৰ বাবে বিভিন্ন বেমেজালিৰো সৃষ্টি হয়। শশী কাপুৰৰ এই খেলিমেলিৰ বাবেই পাছলৈ একে সময়তে কেইবাটাও প্ৰজেক্টত কোনো অভিনেতাই কাম কৰিব নোৱাৰিব বুলি এক আইন তৈয়াৰ কৰা হয়। মই কেৰিয়াৰৰ প্রথমতে ডাবল ছিফট কৰিছিলো। সকলো সময়তে ক্লান্ত হৈ থাকো। পুৱতি নিশাহে ঘৰলৈ উভতি আহিব পাৰো। মই যেতিয়া ঘৰলৈ আহো তেতিয়া মোৰ দেউতা অমিতাভে ব্ৰেকফাষ্ট কৰি থাকে। তেওঁ মোৰ ক্লান্ত চেহেৰা দেখি মোক সোধে কাম কৰি কেনে লাগিছে? মোৰ উত্তৰ এটাই। মই কওঁ, মই খুব ক্লান্ত। তেতিয়া দেউতাই কয়, মই তোমাৰ বয়সত ইয়াতকৈয়ো বেছি কাম কৰিছিল। বাংগালুৰুৰ পৰা প্ৰায় ১ঘণ্টা ড্ৰাইভ কৰি আহি ছোলেৰ শ্বুটিঙত উপস্থিত থাকিছিলো। গোটেই দিন কেৱল শ্বুটিং আৰু শ্বুটিং। দেউতাই মোক এই কথাই বুজাইছিল যে, কষ্ট কৰিলেহে ফল পাবা।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.