• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় নিলম্বন হ’ল মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰাক্তন দেহৰক্ষী?

কিয় নিলম্বন হ’ল মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰাক্তন দেহৰক্ষী?

4 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

6 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

6 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

7 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

7 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

8 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

9 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

9 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

10 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

10 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

11 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কিয় নিলম্বন হ’ল মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰাক্তন দেহৰক্ষী?

বছৰি ১.৫ কোটি টকা উপাৰ্জন, মুম্বাইত পৰ্বতসম সম্পত্তি, বহুবাৰ বিদেশ ভ্ৰনণ; পৰিণাম নিলম্বন!

editor by editor
February 16, 2022
in Uncategorized
0
কিয় নিলম্বন হ’ল মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰাক্তন দেহৰক্ষী?
0
SHARES
395
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰাক্তন দেহৰক্ষীক নিলম্বন কৰা হৈছে৷ জীতেন্দ্ৰ সিন্ধে নামৰ হেড কনিষ্টবল গৰাকীক মংগলবাৰে নিলম্বন কৰিছে মুম্বাই আৰক্ষীয়ে৷

অসামঞ্জ্য বাৰ্ষিক আয়ৰ বাবে জীতেন্দ্ৰ সিন্ধে নামৰ কনিষ্টবলগৰাকীক যোৱা বৰ্ষৰ আগষ্ট মাহত ডিবি মাৰ্গ আৰক্ষী থানালৈ বদলি কৰা হৈছিল৷

তেওঁৰ বিৰুদ্ধে  এই গুৰুতৰ অভিযোগ উত্থাপনৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ আৰক্ষীৰ এই হেড কনিষ্টবল গৰাকীৰ বিৰুদ্ধে বাৰ্ষিক ১.৫ লাখ টকা উপাৰ্জনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷

২০১৫ চনৰ পৰা মেগাষ্টাৰ অমিতাভ বচ্চনৰ দেহৰক্ষী হিচাপে নিয়োজিত হৈ থকা সিদ্ধেক তিনিটা গ্ৰাউণ্ডত নিলম্বন কৰাৰ বুলি জানব পৰা গৈছে৷

সূত্ৰৰ মতে অভিযুক্ত সিন্ধেই ১.৫ কোটি টকাৰ বাৰ্ষিক উপাৰ্জনৰ কোনো বৈধ উৎস প্ৰদৰ্শন কৰিব পৰা নাই৷ তেওঁ বিভাগীয় অনুমতি অবিহনে ডুবাইসহ বহুবাৰ বিদেশ ভ্ৰমণো কৰিছে৷ আৰু মুম্বাইৰ বিভিন্ন স্থানত কে’বাটাও বিলাসী আট্টালিকসহ বহু সম্পত্তি আহৰণ কৰিছে সিন্ধেই৷ এই তিনিটা কাৰণে হেড কনিষ্টবল সিন্ধেক নিলম্বন কৰা হৈছে৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীৰ তদন্তত সিন্ধে আৰু তেওঁৰ পত্নীয়ে বিভিন্ন এজেঞ্চিৰ জৰিয়তে অমিতাভ বচ্চনসহ বলিউদৰ তাৰকাসকলক প্ৰদান কৰা নিৰাপত্তা বাবদ বাৰ্ষিক ১.৫ কোটি টকা উপাৰ্জন কৰা বুলি দেখুওৱাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amitabh bacchanasom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
যোগীৰাজ্যৰ উন্নয়নৰ নমুনা! শৌচালয় নাই বাবেই স্বামী গৃহ এৰিলে নৱপৰিণীতাই

যোগীৰাজ্যৰ উন্নয়নৰ নমুনা! শৌচালয় নাই বাবেই স্বামী গৃহ এৰিলে নৱপৰিণীতাই

ইছলামিক ব’ৰ্ডিং স্কুলত ১৩ ছাত্ৰীক ধৰ্ষণ শিক্ষকৰ, ৯ ছাত্ৰী গৰ্ভৱতী; ২৭ লাখ টকা জৰিমনা

ইছলামিক ব’ৰ্ডিং স্কুলত ১৩ ছাত্ৰীক ধৰ্ষণ শিক্ষকৰ, ৯ ছাত্ৰী গৰ্ভৱতী; ২৭ লাখ টকা জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.