জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ ১০২ বছৰ। হাজাৰোধিক ভাৰতীয়ক হত্যা। পঞ্জাবৰ অমৃতচৰত এই ঘটনা। ‘ৰাউলাত’ নামৰ ক’লা আইনৰ বিৰোধিতা জনতাৰ। ব্ৰিটিছ জেনেৰেল ডায়াৰৰ নেতৃত্বত হত্যাকাণ্ড।