• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

2 years ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

36 minutes ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

49 minutes ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

1 hour ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

10 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

11 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

11 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

12 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

13 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

13 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

14 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

14 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

editor by editor
July 13, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

শুকুৰবাৰে ১২ জুলাই নিশা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট বিবাহ পাশত আৱদ্ধ হয়। গুজৰাটী ৰীতি-নীতি অনুসৰি মুম্বাইত বিবাহপাশত আৱদ্ধ হয় দম্পতীহালে। ‘লগ্না বিধি’ অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ তাৰকাসকলৰ লগতে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটিও অংশগ্ৰহণ কৰে।

জন চিনাৰ পৰা আৰম্ভ কৰি কিম কাৰ্দাছিয়ানলৈকে বহু বিখ্যাত তাৰকাই বিবাহ অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিছিল। ৰজনীকান্তৰ পৰা অমিতাভ বচ্চন, শ্বাহৰুখ খান, ছলমান খান, শচীন তেণ্ডুলকাৰ, এম এছ ধোনীকো অনন্ত-ৰাধিকাৰ বিয়াত দেখা গৈছিল।

এই বিবাহ অনুষ্ঠানৰ বহু ফটো আৰু ভিডিঅ’ বৰ্তমানে এটা এটাকৈ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে। পাছে এই সকলোবোৰৰ বিপৰীতে ইয়াৰে এটা ভিডিঅ’ৰ বিষয়ে বহুত চৰ্চিত হৈছে। সেই বিশেষ ভিডিঅটো শ্বাহৰুখ খানৰ। ভিডিঅ’টোত স্বাহৰুখে আন অতিথিসকলক উষ্ম সম্ভাষণ জনোৱা দেখা যায়।

ভিডিঅ’টোত বাদশ্বাহ খানে ৰজনীকান্ত আৰু তেওঁৰ পত্নীক সম্ভাষণ জনোৱা দেখা গৈছে। লগতে শ্বাহৰুখ খানক আদিত্য থাকৰে আৰু শচীন তেণ্ডুলকাৰৰ সৈতেও হাত মিলাই থকা দেখা যায়।

একে সময়তে অমিতাভ বচ্চনক দেখাৰ লগে লগে তেওঁৰ ভৰি চুই সেৱা কৰে। লগতে জয়া বচ্চনৰো ভৰি চুই আশীস লয়। ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেতা গৰাকীৰ এই ভিডিঅ’টো। এই ভিডিঅ’টো দেখি মানুহে শ্বাহৰুখ খানৰ বহুত প্ৰশংসা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ভাৰতৰ আটাইতকৈ নম্ৰ ব্যক্তি।” আন এজন ব্যক্তিয়ে লিখিছে, “এছ আৰ কে হৃদয়ৰ ৰজা।”

https://x.com/k0ol1/status/1812036470636433802

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ananta Ambani WeddingBollywood kingKing Khanshahrukh khanviral videoWeddingwedding video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?
জীৱনশৈলী

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

April 10, 2026
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ
জীৱনশৈলী

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

April 10, 2026
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
জীৱনশৈলী

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

April 10, 2026
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
Next Post
শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’

শিহৰণকাৰী ভিডিঅ', নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে...আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ'

বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

বিশেষ হ'ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.