• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন… পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন… পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

2 months ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

26 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

2 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

2 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

3 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

4 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

4 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

5 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

6 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

23 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

23 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন… পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন... পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

editor by editor
January 10, 2026
in জীৱনশৈলী
0
ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন… পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিলিয়নাৰী উদ্যোগী আৰু বেদান্ত গ্ৰুপৰ চেয়াৰমেন অনিল আগৰৱালে কৈছে যে তেওঁ তেওঁৰ সন্তান অগ্নিবেশ আগৰৱালক দিয়া এক প্ৰতিশ্ৰুতি পূৰণৰ বাবে তেওঁৰ সম্পদৰ ৭৫শতাংশ দান কৰিব৷ অগ্নিবেশ নিউয়ৰ্কৰ এক স্কিইং দুৰ্ঘটনাত আহত হোৱাৰ পাছত ৪৯ বছৰ বয়সত তেওঁ মৃত্যুক সাবটি লৈছে৷
এক্সত পুত্ৰৰ মৃত্যুৰ পাছতেই আৱেগভৰা পোষ্ট লিখিছে অনিল আগৰৱালে৷ অগ্নিবেশ ইয়াৰ পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্ৰত এক স্কিইং দুৰ্ঘটনাত আহত হৈছিল আৰু মাউণ্ট ছিনাই হাস্পতালত চিকিৎসাধীন আছিল৷ পৰিয়ালে কৈছিল পুত্ৰ আৰোগ্য লাভৰ দিশে আগুৱাইছে আৰু চিকিৎসকো আশাবাদী আছিল অগ্নি সুস্থ হব৷ কিন্তু হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁৰ শাৰীৰিক অৱস্থাৰ অপ্ৰত্যাশিতভাৱে অৱনতি ঘটে আৰু মৃত্যুক সাবটি লয়৷
তেওঁ কয়, ‘আজি আমাৰ জীৱনৰ সকলোতকৈ অন্ধকাৰ দিন৷ আমাৰ সন্তান অগ্নিবেশে আমাক এৰি বিদায় মাগিলে৷ মাত্ৰ ৪৯ বছৰ বয়সত সুস্থ আৰু প্ৰাণবন্ত পুত্ৰই আমাক এৰি থৈ গ’ল৷ যিগৰাকী পিতৃয়ে পুত্ৰক বিদায় জনাই তেওঁ বুজে এই বেদনাক যে শব্দৰে বৰ্ণনা কৰিব নোৱাৰি৷ কোনেও সন্তান পিতৃতকৈ আগত যোৱাটো নিবিচাৰে৷ এই ক্ষতিয়ে আমাক এনেকৈ ভাঙিছে সেয়া আমি বুজাই ক’ব নোৱাৰিছো৷’
বিলিয়নাৰ উদ্যোগীগৰাকীয়ে কয় যে তেওঁৰ প্ৰয়াত সন্তান অগ্নিয়ে এক আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে বহু সপোন দেখিছিল৷ অগ্নিয়ে প্ৰায়েই পিতৃক কৈছিল, ‘দেউতা এটা জাতি হিচাপে আমাৰ একোৰেই অভাৱ নাই৷ তাৰপিছতো আমি কিয় পিছুৱাই আছো? মই সপোন দেখো দেউতা, কোনো শিশুৱেই যেন ক্ষুধাৰ্ত নাথাকে, কোনো শিশুৱেই যেন শিক্ষাৰ পৰা বঞ্চিত নহয়, প্ৰতিগৰাকী নাৰীয়েই যেন নিজৰ ভৰি নিজে থিয় হ’ব পাৰে৷ প্ৰতিজন ভাৰতীয় তৰুণেই যেন অৰ্থপূৰ্ণ কাম পায়৷’ অগ্নিক তেতিয়া পিতৃয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে যি উপাৰ্জন কৰিব তাৰ ৭৫শতাংশতকৈ বেছি সমাজকেই উভতাই দিব৷
১৯৭৬ চনৰ ৩জুনত পাটনাত জন্ম হৈছিল অগ্নিবেশৰ৷ আজমেৰৰ মেয়ো কলেজত পঢ়াশুনা কৰি পৰবৰ্তীকালত এক ভাল পেছাগত জীৱনো তেওঁ গঢ়ি তোলে৷ তেওঁ ফুজাইৰাহ গোল্ড প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পাছলৈ হিন্দুস্থান জিংকৰ চেয়াৰমেন হিচাপে দায়িত্ব পালন কৰি বিশ্বব্যাপী ব্যৱসায়িক মহলত সন্মান অৰ্জন কৰে৷ বেদান্ত গ্ৰুপৰ চেয়াৰমেন তথা অগ্নিৰ পিতৃয়ে কৈছে, ‘এই ক্ষতিত এটা পৰিয়াল বিধ্বস্ত৷ মোৰ পত্নী কিৰণ আৰু মই ভাঙি পৰিছো৷ অগ্নিবেশ মোৰ সকলোতকৈ বিশ্বস্ত বন্ধুও আছিল৷’
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এগৰাকী যুৱ উদ্যোগীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘শ্ৰী অগ্নিবেশ আগৰৱালৰ অকালপ্ৰয়াণ অত্যন্ত বেদনাদায়ক আৰু শোকাৱহ৷ প্ৰাৰ্থনা কৰিছো আপোনাৰ পৰিয়ালে যেন শক্তি আৰু সাহস ধৰি ৰাখিব পাৰে৷ ওম শান্তি৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
Next Post
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম... প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

আজি নিশা পৃথিৱীৰ একেবাৰে কাষলৈ আহিব বৃহস্পতি, দেৱগুৰুৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব এই ৪ৰাশিয়ে

আজি নিশা পৃথিৱীৰ একেবাৰে কাষলৈ আহিব বৃহস্পতি, দেৱগুৰুৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব এই ৪ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.