• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

10 months ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

10 minutes ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

41 minutes ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

1 hour ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

2 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

3 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

5 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

6 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

7 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

7 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

editor by editor
June 5, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, লেখা
0
আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫৭ বছৰ বয়সত আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান৷ প্ৰকাশ্যে সেই কথা স্বীকাৰ নকৰিলেও এই প্ৰশ্ন শুনিয়েই লাজতে ৰঙা পৰিছে আৰবাজ৷ আৰবাজৰ ৰঙা হৈ পৰা মুখ দেখিয়েই বহুতেই কৈছে এই খবৰ মিছা নহয়৷ বিগত কেইবামাহ ধৰি এই চৰ্চা চলি আছে যে আৰবাজ আকৌ পিতৃ হবলৈ ওলাইছে৷ শেহতীয়াকৈ বুধবাৰে কেমেৰাৰ সন্মুখত ধৰা দিছে সুৰা খানে৷ তাতেই সুৰাক দেখা গৈছে পূৰ্বতকৈ পৃথক ৰূপত৷ লাহী সুৰা এতিয়া শকত এগৰাকী মহিলা৷ বুধবাৰে নিশা ৰেষ্টুৰেণ্টত খাদ্যগ্ৰহণ কৰি ওলাই অহাৰ সময়তে কেমেৰাত বন্দী হৈছে সুৰা৷ কাষে কাষে আছিল আৰবাজো৷ আৰবাজৰ হাঁহিয়েই যেন সেইদিনা সকলো প্ৰশ্নৰ উত্তৰ দিছিল৷

এই নিশা সুৰাৰ সৈতে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল আৰবাজ খান আৰু সুৰা৷ খাদ্যগ্ৰহণৰ পাছত ওলাই অহাৰ সময়তে কেমেৰাৰ সন্মুখত ধৰা পৰে দুয়ো৷ ২০২৩ চনৰ ডিচেম্বৰত সুৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আৰবাজ খান৷ প্ৰথমা পত্নী মালাইকাৰ সৈতে আছে আৰবাজৰ এটি পুত্ৰ সন্তান৷ এতিয়া আৰবাজৰ পুত্ৰ আৰহানৰ বয়স প্ৰায় ২১ বছৰ৷ ২০১৭ চনত মালাইকাৰ সৈতে বিবাহবিচ্ছেদ হয় আৰবাজৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

April 9, 2026
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ
জীৱনশৈলী

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

April 9, 2026
Next Post
সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.