• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিএছপি হুমায়ূনৰ ঘৰত দুমহীয়া সন্তান, মেজৰ আশীষৰ আকৌ অক্টোবৰত গৃহপ্ৰৱেশ, সপোন বুকুত বান্ধিয়েই অনন্তনাগত শেষ নিশ্বাস ত্যাগ তিনি বিষয়াৰ

3 years ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

34 minutes ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

1 hour ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

2 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

4 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

5 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিএছপি হুমায়ূনৰ ঘৰত দুমহীয়া সন্তান, মেজৰ আশীষৰ আকৌ অক্টোবৰত গৃহপ্ৰৱেশ, সপোন বুকুত বান্ধিয়েই অনন্তনাগত শেষ নিশ্বাস ত্যাগ তিনি বিষয়াৰ

editor by editor
September 14, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডিএছপি হুমায়ূনৰ ঘৰত দুমহীয়া সন্তান, মেজৰ আশীষৰ আকৌ অক্টোবৰত গৃহপ্ৰৱেশ, সপোন বুকুত বান্ধিয়েই অনন্তনাগত শেষ নিশ্বাস ত্যাগ তিনি বিষয়াৰ
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাৰোবাৰ ঘৰত দুবছৰীয়া সন্তান, কাৰোবাৰ ঘৰত আকৌ দুমহীয়া সন্তান। জম্মু কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে সেনা মেজৰ আৰু জম্মু কাশ্মীৰৰ ডিএছপিয়ে। দুয়োখন ঘৰতেই এতিয়া হাহাকাৰময় পৰিস্থিতি। বুধবাৰে অনন্তনাগৰ কোকেৰনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে কৰ্নেল মনপ্ৰীত সিংহ, মেজৰ আশীষ ধনচক আৰু জম্মু কাশ্মীৰ পুলিচৰ ডিএছপি হুমায়ুন ভাট্টে।

সেনাৰ সূত্ৰই দিয়া খবৰ অনুসৰি তালাছি অভিযান চলোৱাৰ সময়তে হঠাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে সেনাৰ দলটোক। সেই সংঘৰ্ষতেই গুলীবিদ্ধ হয় কৰ্নেল আৰু আৰু মেজৰ ডিএছপি। মেজৰ আশীষৰ ঘৰ হাৰিয়ানাৰ পানিপথত। তাতেই চেক্টৰ-৭ ত বাস কৰে তেওঁৰ পৰিয়ালে। আশীষৰ পিতৃ-মাতৃ আৰু পত্নীসহিয়ে ৪ ভাতৃৰে এখন সুখৰ ঘৰ। পৰিয়ালৰ সূত্ৰই জনোৱা অনুসৰি দুবছপ পূৰ্বে জম্মুলৈ বদলি হৈছিল আশীষ। এই বছৰতেই তেওঁ সেনা মেডেলো লাভ কৰিছিল। মেজৰ আশীষৰ খুৰাকে জনোৱা অনুসৰি তেঁৱেই শেষবাৰ ফোন কৰিছিল আশীষক। ডেৰমাহ পূৰ্বে ঘৰলৈকো আহিছিল আশীষ। অক্টোবৰত আকৌ ঘৰলৈ অহাৰ কথা আছিল আশীষ। সেই সময়ত নতুন ঘৰ লোৱাৰ কথাও আছিল আশীষৰ পৰিয়ালৰ। কিন্তু ভৱা কথা জানো সিদ্ধি হয়! ঘৰলৈ সময়তকৈ আগেয়ে আহিল কিন্তু আশীষ আৰু জীৱন্তে ঘৰলৈ ঘূৰি নাহিল।

আনহাতে জম্মু কাশ্মীৰ আৰক্ষীৰ ডিএছপি হুমায়ূন ভাট্টৰ পৰিয়ালতো এতিয়া কান্দোনৰ ৰোল। সন্তানক হেৰুৱাই ভাঙি পৰিছে ভাট্ট পৰিয়াল। হুমায়ূনৰ পিতৃ গুলাম হাছানো জম্মু কাশ্মীৰ আৰক্ষী ইনস্পেক্টৰ আছিল। গুলীত আহত হোৱাৰ ফলত অতিৰিক্ত ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছে হুমায়ূনৰ। মৃত্যুৰ সময়ত পৰিয়ালৰ সৈতে এগৰাকী দুমহীয়া কন্যা সন্তানক এৰি গৈছে হুমায়ূনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা
জীৱনশৈলী

March 29, 2026
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
Next Post
এয়া কোনো অশুভ সংকেত নেকি? বদ্ৰীনাথ মন্দিৰৰ মূল গৃহতেই মেলিছে ফাট

বিবাহলৈ মাজত মাত্ৰ ১০ দিন! ৰাঘৱ-পৰিণীতিৰ বিবাহৰ থিম, পোছাকক লৈ আৰম্ভ হৈছে চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন