• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICCৰ অধ্যক্ষ হৈ জয় শ্বাহে কিমান দৰমহা লাভ কৰিব? কি কি ক্ষমতা থাকিব তেওঁৰ হাতত?

ICCৰ অধ্যক্ষ হৈ জয় শ্বাহে কিমান দৰমহা লাভ কৰিব? কি কি ক্ষমতা থাকিব তেওঁৰ হাতত?

2 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

5 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

5 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

6 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

7 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

8 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

9 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

10 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

10 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

11 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

12 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

12 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ICCৰ অধ্যক্ষ হৈ জয় শ্বাহে কিমান দৰমহা লাভ কৰিব? কি কি ক্ষমতা থাকিব তেওঁৰ হাতত?

ICCৰ অধ্যক্ষ হৈ জয় শ্বাহে কিমান দৰমহা লাভ কৰিব? কি কি ক্ষমতা থাকিব তেওঁৰ হাতত?

editor by editor
August 29, 2024
in ক্ৰীড়া, বিশ্ব
0
ICCৰ অধ্যক্ষ হৈ জয় শ্বাহে কিমান দৰমহা লাভ কৰিব? কি কি ক্ষমতা থাকিব তেওঁৰ হাতত?
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জয় শ্বাহ বৰ্তমান ভাৰতীয় ক্ৰিকেট কন্ট্ৰল বৰ্ডৰ অধ্যক্ষ হৈ আছে৷ ১ ডিচেম্বৰৰ পৰা তেওঁ আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলৰ চেয়াৰমেন হ’ব৷ আইচিচিৰ চেয়াৰমেন হ’লে জয় শ্বাহে কিমান দৰমহা লাভ কৰিব এই বিষয়টো জানিবলৈ বহুতেই এতিয়া আগ্ৰহী হৈ পৰিছে৷

বিচিচিআইৰ অধ্যক্ষ হিচাপে জয় শ্বাহে নিয়মিত দৰমহা লাভ কৰা নাছিল৷ সভাপতি আৰু কোষাধ্যক্ষৰ ক্ষেত্ৰতো একেই অৱস্থা৷ তেওঁলোকৰ কোনো মাহেকীয়া বেতন নাই৷ অৱশ্যে তেওঁলোকে ভাট্টা আৰু প্ৰতিদানৰ মাধ্যমেৰে অৰ্থ লাভ কৰে৷ আন্তৰ্জাতিক ক্ৰিকেট মিটিং বা কোনো বিশেষ কামৰ বাবে বাহিৰলৈ যাবলৈ জয় শ্বাহে প্ৰতিদিনে লাভ কৰিছিল প্ৰায় ৮৪০০০ টকা৷ ভাৰতৰ ভিতৰত থকা মিটিঙৰ বাবে তেঁও প্ৰতিদিনে লাভ কৰিছিল ৪০০০০ টকা৷ বিজনেছ ক্লাছত ভ্ৰমণ কৰাৰ সুবিধা আছিল ফ্লাইটত৷ ইয়াৰোপৰি দেশ বিদেশত ফ্ৰি বিলাসী হোটেলত থকাৰ সুবিধা লাভ কৰিছিল জয় শ্বাহে৷

আইচিচিৰ চেয়াৰমেন হ’লেও প্ৰায় একেখিনি সুবিধাই পাব জয় শ্বাহে৷ বিচিচিআইৰ দৰেই আইচিচিৰ উচ্চপদস্ত কৰ্মকৰ্তাসকলৰ নিৰ্দিষ্ট কোনো দৰমহা নাই৷ পৰিবৰ্তে তেওঁলোকৰ ভূমিকাৰ সৈতে সংযুক্ত বিভিন্ন ভাট্টা আৰু সুবিধা প্ৰদান কৰা হয়৷

আইচিচিয়ে দৰমহাৰ বিষয়টো আজিলৈকে খোলোচা কৰা নাই৷ চেয়াৰমেনৰ দৰে কৰ্মকৰ্তাসকলে মিটিং আৰু অন্যান্য দায়িত্বত যোগদানৰ বাবে ভাট্টা লাভ কৰে৷ ইয়াৰপৰা এটা কথাই নিশ্চিত যে যিকোনো ইভেণ্টত যোগদানৰ বাবে তেওঁলোকে ধনৰ চিন্তা কাহানিও কৰিব নালাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!
বিনোদন

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?
বিনোদন

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

March 21, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
Next Post
পৰিস্থিতি ভয়ংকৰ, মোদী ৰাজ্যত বানত মৃ/ত্যু ২৯ জনৰ, এতিয়াও ১১ জিলাত ৰেড এলাৰ্ট

পৰিস্থিতি ভয়ংকৰ, মোদী ৰাজ্যত বানত মৃ/ত্যু ২৯ জনৰ, এতিয়াও ১১ জিলাত ৰেড এলাৰ্ট

বুধৰ মাৰ্গী দশা, তিনি ৰাশিৰ ওপৰত বৰ্ষিত হ’ব ধন, লাভ কৰিব একাধিক সুবিধা

বুধৰ মাৰ্গী দশা, তিনি ৰাশিৰ ওপৰত বৰ্ষিত হ’ব ধন, লাভ কৰিব একাধিক সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.