• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলৎকাৰৰ গোচৰত কাৰাগাৰতেই দীৰ্ঘদিনে বন্দী বাবা আছৰাম! অনুপস্থিতিত কোনে পৰিচালনা কৰিছে আছৰাম বাবাৰ ১০ হাজাৰ কোটি টকাৰ সাম্ৰাজ্য?

3 years ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

9 minutes ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

41 minutes ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

1 hour ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

2 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

3 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

4 hours ago
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বলৎকাৰৰ গোচৰত কাৰাগাৰতেই দীৰ্ঘদিনে বন্দী বাবা আছৰাম! অনুপস্থিতিত কোনে পৰিচালনা কৰিছে আছৰাম বাবাৰ ১০ হাজাৰ কোটি টকাৰ সাম্ৰাজ্য?

editor by editor
February 5, 2023
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
বলৎকাৰৰ গোচৰত কাৰাগাৰতেই দীৰ্ঘদিনে বন্দী বাবা আছৰাম! অনুপস্থিতিত কোনে পৰিচালনা কৰিছে আছৰাম বাবাৰ ১০ হাজাৰ কোটি টকাৰ সাম্ৰাজ্য?
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৮১ বছৰীয়া আছৰামক গুজৰাট আদালতে চুৰাটস্থিত এগৰাকী মহিলাক বলৎকাৰ কৰাৰ বাবে আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল৷ যোধপুৰ আদালতে ২০১৮ চনৰ এপ্ৰিল মাহত আজীৱন কাৰাদণ্ডৰ ৰায় দিছিল আছৰামৰ বিৰুদ্ধে৷ আছৰাম তেতিয়াৰে পৰাই যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে৷ ইয়াতেই শেষ নহয় আছৰামৰ কাহিনী৷ আছৰামৰ পুত্ৰও আজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাগাৰত বন্দী হৈ আছে৷ এটা সময় আছিল, আছৰামৰ আশ্ৰমত সকলো সময়তে ভীৰ আছিল মহিলাৰ৷ আছৰামে প্ৰায় ১০০০০ কোটি টকাৰ সম্পত্তি গঢ়িছিল আশ্ৰমৰ জৰিয়তেই৷ আছৰাম গ্ৰেপ্তাৰ হোৱাৰ পাছত বৰ্তমান তেওঁৰ সম্পত্তিসমূহ চোৱাচিতা কৰি আছে তেঁওৰেই এজন উত্তৰাধিকাৰীয়ে৷ দেশ-বিদেশত থকা আশ্ৰমসমূহ পৰিচালনা কৰে বিশেষ ব্যক্তিগৰাকীয়েই৷

আছৰামৰ উত্তৰাধিকাৰী কোন?
এক সূত্ৰই প্ৰকাশ কৰা অনুযায়ী, আছৰামৰ উত্তৰাধিকাৰী তেওঁৰ একমাত্ৰ জীয়াৰী। আছৰামৰ কন্যাৰ নাম ভাৰতী দেৱী। ভাৰতী দেৱীক ‘শ্ৰীজী’ আৰু ‘ভাৰতীশ্ৰী’ বুলিয়েই সমগ্ৰতে চৰ্চিত। ‘সন্ত শ্ৰী আছৰাম ট্ৰাষ্ট’ বহু বছৰ আগতে গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় গুজৰাটৰ আহমেদাবাদত আছে। ভাৰতী দেৱীয়ে ভাৰত আৰু বিদেশত আছৰামৰসকলো আশ্ৰম পৰিচালনা কৰে। অৱশ্যে, পিতৃ আৰু ভাতৃৰ দৰে তেওঁ জনপ্ৰিয় কিয় হ’ব নোৱাৰিলে? সেই সম্পৰ্কেও বহুতেই প্ৰশ্ন উত্থাপন কৰে৷

ভাৰতী দেৱী কেতিয়া চৰ্চালৈ আহিছিল?

তাৎপৰ্যপূৰ্ণভাৱে, ২০০৪ চনত আধ্যাত্মিকতাৰ পৃথিৱীত আছৰামৰ নাম শীৰ্ষত আছিল। আছৰামৰ পুত্ৰ নাৰায়ণ ছাই ভাৰতত অনুষ্ঠিত আধ্যাত্মিক আন্দোলনৰ শীৰ্ষ নেতা আছিল৷ একে বছৰতে, আছৰামৰ জীয়ৰী ভাৰতী দেৱীয়েও আধ্যাত্মিক মঞ্চত প্ৰৱেশ কৰে। ভাৰতীক পিতৃৰ সৈতে সৎসঙ্গত দেখা গৈছিল। আছৰামৰ অনুগামীসকলৰ মাজত তেওঁৰ প্ৰভাৱো তেতিয়াৰে পৰাই বাঢ়িবলৈ আৰম্ভ কৰে৷ কিন্তু পিতৃৰ দৰে তেওঁৰ বিশেষ জনপ্ৰিয়তা আজিও নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?
খাদ্য

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

March 29, 2026
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য
জীৱনশৈলী

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

March 29, 2026
Next Post
এগৰাকী-দুগৰাকী নহয়! একাধিক নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক CR7ৰ, বলীউডৰ কোন অভিনেত্ৰী আছে তালিকাত?

থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব…

থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন