• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লখিমপুৰৰ কৃষক হত্যা : মূল অভিযুক্ত মন্ত্ৰীপুত্ৰৰ জামিন লাভ

লখিমপুৰৰ কৃষক হত্যা : মূল অভিযুক্ত মন্ত্ৰীপুত্ৰৰ জামিন লাভ

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

3 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

4 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

লখিমপুৰৰ কৃষক হত্যা : মূল অভিযুক্ত মন্ত্ৰীপুত্ৰৰ জামিন লাভ

editor by editor
February 10, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
লখিমপুৰৰ কৃষক হত্যা : মূল অভিযুক্ত মন্ত্ৰীপুত্ৰৰ জামিন লাভ
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাড়ীৰে চাৰি প্ৰতিবাদী কৃষকক মহতিয়াই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই জামিন লাভ কৰিছে৷

বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কৃষকক গাড়ীৰে মহতিয়াই হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক জামিন প্ৰদান কৰিছে৷

উল্লেখ্য যে বিগত বৰ্ষৰ ৩ অক্টোবৰত লখিমপুৰৰ খেৰিত কৃষি আইন বিৰোধী চাৰি প্ৰতিবাদী কৃষকক গাড়ীৰে মহতিয়াই হত্যা কৰ হৈছিল৷ ইয়াৰ পিছতে এই ঘটনাৰ মূল অভিযুক্ত হিচাপে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক চিহ্ণিত কৰা হৈছিল৷

প্ৰথমাৱস্থাত যোগী চৰকাৰৰ আৰক্ষীয়ে মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থাত গ্ৰহণ কৰিবলৈ থেৰোগেঁৰো কৰিলেও প্ৰৱল প্ৰতিবাদত হেও মনাৰ লগতে উত্তৰ প্ৰদেশ নিৰ্বাচনত মুখ থেকেচা খোৱাৰ শংকাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অৱশেষত ঘটনাটো তদন্তৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলক দায়িত্ব অৰ্পণ কৰে৷

ইয়াৰ পিছতে তদন্তকাৰী দলে যোৱা ৯ অক্টোবৰত মূল অভিযুক্ত মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰে আৰু তাৰ কিছুদিন পিছতে আশীষ মিশ্ৰৰ মাৰণাস্ত্ৰও উদ্ধাৰ কৰে৷

বিশেষ তদন্তকাৰী দলৰ তদন্তত প্ৰকাশ পাইছে যে উক্ত ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল আৰু মন্ত্ৰীপুত্ৰই প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে গুলীচালনা কৰাৰো অভিযোগ উঠিছে৷

ইফালে বিশেষ তদন্তকাৰী দলৰ তদন্তৰ লেহেমীয়া হোৱাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰো কৰ্কথনা খাইছিল৷ বিগত বৰ্ষৰ ২০ অক্টোবৰত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন আৰু ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে তদন্তকাৰী আৰক্ষীয়ে হাজাৰ হাজাৰ কৃষকৰ মাজৰ পৰা মাত্ৰ ২৩ গৰাকী সাক্ষী যোগাৰ কৰাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীক কৰ্কথনা কৰিছিল৷

ইয়াৰ পিছতে যোৱা নৱেম্বৰত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে আদালতত তদন্তৰ প্ৰতিবেদন জমা দিয়ে৷ উক্ত প্ৰতিবেদনত কোৱা হৈছে যে উক্ত ঘটনাটো কোনো দুৰ্ঘটনা নাছিল৷ বৰং পৰিকল্পনা অনুসৰিয়ে হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল৷ তদন্তকাৰী দলে চালকসহ মন্ত্ৰীপুত্ৰৰ লগতে তিনিজনক ঘটনাটোৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰিছিল৷

ইয়াৰ পিছতো উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন আৰম্ভ হোৱাৰ দিনাই মূল অভিযুক্ত মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰক এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাত বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ashish Mishraasom live 24assam live 24axom live 24axom live 24 digitalKheri caseLakhimpur Kheri case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
হিজাব বিতৰ্কক লৈ ইছলামাবাদত প্ৰতিক্ৰিয়া, ভাৰতীয় কূটনীতিবিদলৈ চমন জাৰি পাকিস্তানৰ

হিজাব বিতৰ্কক লৈ ইছলামাবাদত প্ৰতিক্ৰিয়া, ভাৰতীয় কূটনীতিবিদলৈ চমন জাৰি পাকিস্তানৰ

হিজাব সমৰ্থন : হিজাব পিন্ধি মুছলমান যুৱতীয়ে চলালে বুলেট আৰু স্পৰ্টছ বাইক

হিজাব সমৰ্থন : হিজাব পিন্ধি মুছলমান যুৱতীয়ে চলালে বুলেট আৰু স্পৰ্টছ বাইক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.