• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

1 year ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

9 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

9 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

9 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

10 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

10 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

10 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

11 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

11 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

13 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

editor by editor
December 13, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা
0
SHARES
435
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ফেচবুক লাইভ যোগে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাইক্ৰ’ফাইনেন্সৰ ঋণী মহিলা, নতুন ৰেচন কাৰ্ড, নতুন আঁচনিকলৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ।

নতুন বছৰৰ আৰম্ভণিতে মাইক্ৰ’ফাইনেন্সৰ ঋণী মহিলাক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৫০হাজাৰ টকা পৰ্যন্ত বেংকক ঋণ উভতাই দিলে ৰাজ্য চৰকাৰে। শীঘ্ৰেই বেংকৰ পৰা লাভ কৰা NO DUE চাৰ্টিফিকেটো বিতৰণ কৰিব ঋণী মহিলাক।

বিগত বৰ্ষত বান বিধ্বস্ত পৰিয়ালকো প্ৰদান কৰিব আৰ্থিক সাহাৰ্য। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰদান কৰিব কেইবাটাও উপহাৰ।

১৫ ডিচেম্বৰত প্ৰায় ২০লাখ লোকক প্ৰদান কৰিব নতুন ৰেচন কাৰ্ড। এই সময়চোৱাত ১৫-২০লাখ পৰিয়ালক নতুন আঁচনিৰে সহায় কৰিব ৰাজ্য চৰকাৰে।

ইয়াৰ উপৰিও দিয়ে কেইবাটাও নিৰ্দেশনা – নতুন বছৰত পিকনিক যোৱাৰ সময়ত ৰাইজক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে কয়- ‘আনন্দ উৎসাহৰ সময়ত দুখৰ বতৰা আহিব নালাগে কাৰো জীৱনলৈ’।

নতুন বছৰত অসমবাসীক হেলমেট পিন্ধাৰ ক্ষেত্ৰত পাহৰি নাযাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। নতুন বছৰত সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান ৰাইজক ।

মুখ্যমন্ত্ৰীয়ে কয়- ‘সুৰপান কৰি গাড়ী নচলোৱাটো প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব’ , ‘সুৰাপান কৰি নিজৰ লগতে আনৰ জীৱনলৈ অন্ধকাৰ নানিব’, ‘পুৱা ঘন কুঁৱলীৰ সময়ত পিকনিক যাওতে সাৱধান হওক ৰাজ্যবাসী’।

বিগত বছৰৰ দেৰগাঁৱৰ শোকাৱহ দুৰ্ঘটনাৰ কথাও সোঁৱৰালে মুখ্যমন্ত্ৰীয়ে। সেয়ে পিকনিক পৰিচালনা কৰা লোকক গাড়ীৰ ড্ৰাইভাৰৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmFacebook Liveguwahatimicrofinance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
বিশ্বনাথ আনন্দৰ পাছত গুকেশৰ ৰূপত ভাৰতে পালে দ্বিতীয়গৰাকী বিশ্ব চেম্পিয়ন, গঢ়িলে ৰেকৰ্ড

বিশ্বনাথ আনন্দৰ পাছত গুকেশৰ ৰূপত ভাৰতে পালে দ্বিতীয়গৰাকী বিশ্ব চেম্পিয়ন, গঢ়িলে ৰেকৰ্ড

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.