• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

2 years ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

7 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

8 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

8 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

9 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

10 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

11 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

11 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

12 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

12 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

13 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

13 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

editor by editor
December 13, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ, লগতে দিলে কেইবাটাও নিৰ্দেশনা

নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ফেচবুক লাইভ যোগে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাইক্ৰ’ফাইনেন্সৰ ঋণী মহিলা, নতুন ৰেচন কাৰ্ড, নতুন আঁচনিকলৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ।

নতুন বছৰৰ আৰম্ভণিতে মাইক্ৰ’ফাইনেন্সৰ ঋণী মহিলাক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৫০হাজাৰ টকা পৰ্যন্ত বেংকক ঋণ উভতাই দিলে ৰাজ্য চৰকাৰে। শীঘ্ৰেই বেংকৰ পৰা লাভ কৰা NO DUE চাৰ্টিফিকেটো বিতৰণ কৰিব ঋণী মহিলাক।

বিগত বৰ্ষত বান বিধ্বস্ত পৰিয়ালকো প্ৰদান কৰিব আৰ্থিক সাহাৰ্য। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰদান কৰিব কেইবাটাও উপহাৰ।

১৫ ডিচেম্বৰত প্ৰায় ২০লাখ লোকক প্ৰদান কৰিব নতুন ৰেচন কাৰ্ড। এই সময়চোৱাত ১৫-২০লাখ পৰিয়ালক নতুন আঁচনিৰে সহায় কৰিব ৰাজ্য চৰকাৰে।

ইয়াৰ উপৰিও দিয়ে কেইবাটাও নিৰ্দেশনা – নতুন বছৰত পিকনিক যোৱাৰ সময়ত ৰাইজক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে কয়- ‘আনন্দ উৎসাহৰ সময়ত দুখৰ বতৰা আহিব নালাগে কাৰো জীৱনলৈ’।

নতুন বছৰত অসমবাসীক হেলমেট পিন্ধাৰ ক্ষেত্ৰত পাহৰি নাযাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। নতুন বছৰত সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান ৰাইজক ।

মুখ্যমন্ত্ৰীয়ে কয়- ‘সুৰপান কৰি গাড়ী নচলোৱাটো প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব’ , ‘সুৰাপান কৰি নিজৰ লগতে আনৰ জীৱনলৈ অন্ধকাৰ নানিব’, ‘পুৱা ঘন কুঁৱলীৰ সময়ত পিকনিক যাওতে সাৱধান হওক ৰাজ্যবাসী’।

বিগত বছৰৰ দেৰগাঁৱৰ শোকাৱহ দুৰ্ঘটনাৰ কথাও সোঁৱৰালে মুখ্যমন্ত্ৰীয়ে। সেয়ে পিকনিক পৰিচালনা কৰা লোকক গাড়ীৰ ড্ৰাইভাৰৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmFacebook Liveguwahatimicrofinance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা
অসম

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

October 29, 2026
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান
অসম

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

October 28, 2026
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?
অসম

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

October 28, 2026
Next Post
বিশ্বনাথ আনন্দৰ পাছত গুকেশৰ ৰূপত ভাৰতে পালে দ্বিতীয়গৰাকী বিশ্ব চেম্পিয়ন, গঢ়িলে ৰেকৰ্ড

বিশ্বনাথ আনন্দৰ পাছত গুকেশৰ ৰূপত ভাৰতে পালে দ্বিতীয়গৰাকী বিশ্ব চেম্পিয়ন, গঢ়িলে ৰেকৰ্ড

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.