• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ

৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ

1 year ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

25 seconds ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

18 minutes ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

1 hour ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

18 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

18 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

19 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

20 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

20 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

21 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

22 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

22 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ

editor by editor
January 7, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ
0
SHARES
448
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ

ডিমা হাছাও জিলাৰ উমৰাংছু অঞ্চলৰ কয়লাখনিত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে। মঙলবাৰে এই তথ্য প্ৰদান কৰে বিষয়াসকলে। আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেনাবাহিনীৰ সহায় বিচাৰিছিল।

সেনাবাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, ‘অসমৰ ডিমা হাছাও জিলাৰ দুৰ্গম ঔদ্যোগিক চহৰ উমৰাংছুত আৱদ্ধ শ্ৰমিক সকলক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে।

টাস্ক ফ’ৰ্চ ডাইভাৰ, চেপাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰে সজ্জিত। ভাৰতীয় সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলো অসামৰিক প্ৰশাসনৰ সৈতে সমন্বয় স্থাপন কৰি আৱদ্ধ শ্ৰমিকসকলক যিমান পাৰি সোনকালে উদ্ধাৰৰ বাবে উপস্থিত হৈছে বুলি কোৱাৰ লগতে, কয় যে সাহায্য টাস্ক ফ’ৰ্চত ডুবাৰু, চেপাৰ আৰু অন্যান্য প্ৰাসংগিক কৰ্মীসকলো আছে, যাৰ হাতত প্ৰয়োজনীয় সা-সৰঞ্জাম আদিয়ো আছে।

কিন্তু উদ্ধাৰ কাৰ্য কঠিন হৈ পৰিছে। ১০০ ফুটলৈ বৃদ্ধি পাইছে পানীৰ স্তৰ। সেই পানীতেও উপঙি উঠিছিল আজি ৩ শ্ৰমিকৰ নিথৰ দেহ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উমৰাংছু অঞ্চলৰ কয়লা খনিটোত আবদ্ধ হৈ থকা ৯ জন শ্ৰমিক চিনাক্ত কৰা হৈছে। খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে ৰাজ্য প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি কয়লা খনিটোত আবদ্ধ হৈ থকা ৯ জন শ্ৰমিকৰ ভিতৰত এজন নেপালৰ নাগৰিক, এজন পশ্চিম বংগৰ আৰু বাকীসকল অসমৰ বিভিন্ন অঞ্চলৰ।

শ্ৰমিক সকলৰ নাম – গংগা বাহাদুৰ শ্ৰেষ্ঠ, হুছেইন আলী, জাকিৰ হুছেইন, সৰ্পা বৰ্মন, মুস্তাফা শ্বেইখ, খুছি মোহন ৰায়, সঞ্জীত সৰকাৰ, লিজান মাগৰ আৰু শৰৎ গয়ৰী।

কিন্তু ইয়াৰে ৩ গৰাকী শ্ৰমিকৰ আজি মৃতদেহ উপঙি উঠে। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা তিনি শ্ৰমিক হুছেইন আলী, মুস্তাফা শ্বেইখ আৰু জাকিৰ হুছেইন বুলি চিনাক্ত।

ইয়াৰে হুছেইন আলী আৰু মুস্তাফা শ্বেইখৰ ঘৰ দৰং জিলাৰ বগৰীবাৰীত। দুয়ো এসপ্তাহৰ পূৰ্বে নিয়োজিত হৈছিল উমৰাংছ কয়লা খনিত কামৰ বাবে।

আনহাতে এতিয়া অবৈধ খননৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী। অবৈধ খনন ৰোধৰ বাবে জাৰি কৰিছে কঠোৰ নিৰ্দেশনাও। খননত জড়িত পুনিছ নুনিচাক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ২/২০০৫ নং গোচৰ ৰুজু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Army Task ForceassamAssam umrangsoDima HasawDima Hasaw umrangsoindian armyumrangso
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
কাইলৈ ৮ জানুৱাৰী তাৰিখে ভাগ্য সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ, বেয়া সময়ৰ অন্ত পৰিব

কাইলৈ ৮ জানুৱাৰী তাৰিখে ভাগ্য সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ, বেয়া সময়ৰ অন্ত পৰিব

গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.