• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

2 years ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

28 minutes ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

1 hour ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

1 hour ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

2 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

5 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

6 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

6 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

7 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

8 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

editor by editor
July 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

ৰাজ্যত ক্ৰমে অধিক বেয়াৰ ফালে ঢাল খাইছে বান পৰিস্থিতি। ৰাজ্যৰ ২৯ খনকৈ জিলা বৰ্তমানে পানীৰ তলত। ২৯ জিলাৰ ২,৮০০খন গাঁও বানৰ কৱলত। কেৱল গাঁওৱে নহয়, অভয়াৰণ্য, বনাঞ্চল আদিয়ো পানীৰ তলত। যাৰ ফলত বিলৈ বিপত্তি নোহোৱা হৈছে মানুহৰ লগতে অমাত জীৱৰ।

https://x.com/Spearcorps/status/1807761772792947063

প্ৰশাসনৰ ফালৰ পৰা সদৰি কৰা তথ্য অনুসৰি বানৰ ফলত বৰ্তমানলৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪৬ গৰাকী । অন্যহাতে কেৱল কাজিৰঙাতে বানৰ ফলত প্ৰাণ হেৰুৱাইছে ১৭ টিকৈ বন্যপ্ৰাণীয়ে। ঘৰুৱা জীৱ-জন্তুৰ মৃত্যুৰ সংখ্যা বৰ্তমানেও পোহৰলৈ অহা নাই।

এই বানত ক্ষতিগ্ৰস্ত হৈছে মুঠ ১৬ লাখ ২৫ হাজাৰ ৮৯ গৰাকী লোক। ইয়াৰ ভিতৰত আছে ৬,৭৬,৪১১ গৰাকী পুৰুষ, ৫,৭৬,২৬৫ গৰাকী মহিলা, ৩,৭২,৪১৩ টা শিশু। বান পীড়িত ৰাজহ চক্ৰৰ সংখ্যাও মঙ্গলবাৰৰ ৮৪ টাৰ পৰা বুধবাৰে ১০৫ টালৈ বৃদ্ধি পাইছে।

https://x.com/VoiceOfAxom/status/1808765201329836193

ইয়াৰোপৰি ৰাজ্য চৰকাৰে এই পৰ্যন্ত মুঠ ৫১৫ টা বান সাহায্য শিবিৰ স্থাপন কৰিছে। এই সাহায্য শিবিৰত এই পৰ্যন্ত ২৫ হাজাৰ ৭৪৪ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। আনহাতে কেৱল সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ২৫ হাজাৰ ২৪৬ টা।

বানৰ কবলত থকা জিলা কেইখন ক্ৰমে গোৱালপাৰা, নগাঁও, নলবাৰী, কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, লক্ষিমপুৰ, দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাট, চৰাইদেউ, হোজাই, কৰিমগঞ্জ, শিৱসাগৰ, বঙাইগাঁও, বৰপেটা, ধেমাজি, হাইলাকান্দি, গোলাঘাট, দৰং, বিশ্বনাথ, কাছাৰ, কামৰূপ মেট্ৰ’, তিনিচুকীয়া, কাৰ্বি আংলং, চিৰাং, পশ্চিম কাৰ্বি আংলং, মাজুলি।

https://x.com/TrideepL/status/1808572608847188396

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 29 DistrictAnimals Diedassamassam floodfloodHuman Diedkaziranga national park
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…
নিয়োগ

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

September 2, 2026
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
Next Post
ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ’

ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ'

নুমলীগড়ত শোকাৱহ নাও দুৰ্ঘটনা, ২ জন যুৱক নিহত অন্য সকল সংকটজনক অৱস্থাত

নুমলীগড়ত শোকাৱহ নাও দুৰ্ঘটনা, ২ জন যুৱক নিহত অন্য সকল সংকটজনক অৱস্থাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.