• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমতেই ৩০ হাজাৰ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই, টাটাই আৰম্ভ কৰা বৃহৎ প্ৰকল্প কি?

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

8 minutes ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

33 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

55 minutes ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

2 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

3 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

4 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমতেই ৩০ হাজাৰ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই, টাটাই আৰম্ভ কৰা বৃহৎ প্ৰকল্প কি?

অসমতেই ৩০ হাজাৰ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই, টাটাই আৰম্ভ কৰা বৃহৎ প্ৰকল্প কি?

editor by editor
July 16, 2024
in অসম, জীৱনশৈলী, নিয়োগ, প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
অসমতেই ৩০ হাজাৰ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই, টাটাই আৰম্ভ কৰা বৃহৎ প্ৰকল্প কি?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰতন টাটাক চিনি নাপাও বুলি কোৱা মানুহ কাৎসিতহে ওলাব ভাৰতত৷ টাটাৰ নিমখৰ পৰা বাহনলৈ৷ টাটা প্ৰডাক্ট বুলিলেই ভৰসাৰ অন্য নাম৷ টাটাৰ বয়স বাঢ়িছে কিন্তু মনটো চিৰ তৰুণ৷ তৰুণ প্ৰজন্মৰ দৰেই চিন্তা টাটাৰ৷ দৈনিক ন ন প্ৰযুক্তিৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি ভালপায় টাটাই৷ ৮৬ বছৰীয়া ৰতন টাটাৰ কোম্পানী আকৌ এবাৰ এক নতুন প্ৰকল্প হাতত লৈ চৰ্চালৈ আহিছে৷ অসমত টাটাই আৰম্ভ কৰিছে এইবাৰ বৃহৎ এক প্ৰকল্পৰ কাম৷ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে অসমত বৃহৎ ভূমি টাটাই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে৷ জাগীৰোডত ৫১৭.২৭ বিঘা ভুমি প্ৰকল্পৰ বাবে গ্ৰহণ কৰিলে টাটা কোম্পানীয়ে৷

জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত ভূমিৰ গৰাকীয়ে চমজাই দিলে ভূমি৷  চেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৬০ বছৰলৈ টাটাই লীজত ল’লে এই ভূমি৷ অসম চৰকাৰৰ সৈতে ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰিব টাটাই৷ ৩০ হাজাৰ যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব এই প্ৰকল্পৰ অধীনত৷  কেৱল অসমৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে আজিৰ দিনটো ঐতিহাসিক৷ প্রথমবাৰৰ বাবে অসমত এনে বৃহৎ উদ্যোগৰ বাবে আগবাঢ়ি আহিছে ৰতন টাটা৷  অসমৰ এই চেমিকণ্ডাক্টৰ প্ৰকল্পই আৰ্থিকভাৱে সৱল কৰিব ভাৰতীয় অৰ্থনীতিকো৷ এই প্ৰকল্পত দৈনিক ৪৮ হাজাৰ চেমিকণ্ডাক্টৰ চিপছ উৎপাদন হ’ব৷

কি এই ছেমিকণ্ডাক্টৰ প্ৰকল্প?

ছেমিকণ্ডাক্টৰ ফেব্ৰিকেছন প্লেণ্টক সাধাৰণতে ফেবচ বুলি কোৱা হয়৷ এই প্ৰকল্পটো ২০,০০০ৰো বেছি প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থান সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে৷ ছেমিকণ্ডাক্টৰ ফেবত প্ৰতিমাহে ৫০,০০০ পৰ্যন্ত ৱেফাৰ উৎপাদনৰ ক্ষমতা থাকিব এই প্ৰজেক্টত৷ উল্লেখ্য যে ৱেফাৰ হৈছে এবিধ পাতল, গোলাকাৰ ছেমিকণ্ডাক্টৰ মেটেৰিয়েল৷ সাধাৰণতে জাৰ্মেনিয়াম বা ছিলিকনৰ পৰা তৈয়াৰ কৰা হয় এই চিপছ৷ ডাটা  এনালাইটিক্স আৰু মেছিন লাৰ্নিং সহ উন্নত ফেক্টৰীৰ অটোমেছন ক্ষমতাত স্থান কৰা হয় এই চিপছ৷ টাটা গ্ৰুপে এই বিশেষ চিপছ উৎপাদনৰ বাবে অসমত প্ৰতিষ্ঠা কৰিছে এই প্ৰকল্প৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! ১২৫ কোটি টকাৰ কেলেংকাৰীক লৈ আকৌ মোদী চৰকাৰলৈ কোনে তুলিছে আঙুলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন