• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমা সমস্যাক লৈ সক্ৰিয় নাগালেণ্ড বিজেপি

সীমা সমস্যাক লৈ সক্ৰিয় নাগালেণ্ড বিজেপি

5 years ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

55 minutes ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

1 hour ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

2 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

4 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

12 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

12 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

13 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

14 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

14 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

15 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

সীমা সমস্যাক লৈ সক্ৰিয় নাগালেণ্ড বিজেপি

editor by editor
July 17, 2021
in উত্তৰ-পূব
0
সীমা সমস্যাক লৈ সক্ৰিয় নাগালেণ্ড বিজেপি
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগত হঠাৎ আজি আলোচনাত মিলিত হ’ল নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা শিক্ষামন্ত্ৰী টেমজেন ইমনা আলং। নাগালেণ্ড আৰু অসমৰ দুই সীমামুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰা তথা ৰাজ্য দুখনৰ দুজন শাসকীয় দলৰ নেতাই হঠাৎ এইদৰে আলোচনাত মিলিত হোৱাত স্বাভাৱিকতে কৌতুহলৰ সৃষ্টি হৈছে। কিয়নো কিছুদিন পূৰ্বে নাগালেণ্ডৰ অগ্ৰাসনক লৈ সৰব হৈ পৰা ৰূপজ্যোতি কুৰ্মীক সীমান্তত অশান্তিৰ সৃষ্টি কৰা বুলি নাগালেণ্ডৰ এট ব্যক্তিগত ছেটেলাইট চেনেলত অভিযোগ উত্থাপন কৰিছিল নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্ৰী টেমজেন ইমনা আলঙে।

নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছিল যে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি শাসিত ৰাজ্য দুখনৰ চৰকাৰক বদনাম কৰিবৰ বাবে সীমান্তত সদায় নতুন নতুন ইছ্যুৰ সৃষ্টি কৰি ৰাজনীতি কৰে। কিন্তু সময়ৰ প্ৰবাহ কংগ্ৰেছ এৰি ৰূপজ্যোতি কুৰ্মী হ’ল বিজেপি। সেয়ে দুই বিপৰীত মেৰুৰ নেতাৰ সলনি হ’ল সুৰ। সেয়ে হঠাৎ আজি মৰিয়নিৰ লোকনাথ বিবাহ ভৱনত  মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰে আলোচনাত মিলিত হৈ মৰিয়নিৰ গাতে লাগি থকা নাগালেণ্ডৰ আলংটাকি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী টেমজেন ইমনা আলঙে কলে শান্তিপূর্ণ আলোচনাৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰা হ’ব। আনহাতে দা লৈ নগাক খেদিবলৈ যোৱা ৰূপজ্যোতি কুৰ্মীয়েও ক’লে বন্দুক বাৰুদে কোনো সমস্যা সমাধান নহয় শান্তিপূর্ণ আলোচনাৰ মাজেৰে সীমা সমস্যা সমাধান কৰা হ’ব। নাগালেণ্ডৰ মন্ত্ৰী আলঙে কয় সীমা সমস্যাৰ ওপৰত শীঘ্ৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব।ইফালে প্ৰাক্তন বিধায়ক কুৰ্মীয়ে কয় যে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বর্তমানৰ চৰকাৰৰ দৰে  পূৰ্বৰ কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সীমা সমস্যা সমাধান হোৱা নাছিল। দুই নেতই ঘোষণা কৰাৰ দৰে পৰৱৰ্তী সময়ত সীমা সমস্যা শান্তিপূর্ণ সমাধান হ’বনে নহয় সেয়াহে লক্ষণীয় হ’ব। মৰিয়নিৰ পৰা দিপক দত্তৰ প্ৰতিবেদন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam live 24assasm-nagaland borderaxom live 24nagaland
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
Next Post
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখলিৰ লগে লগে আৰম্ভ ক্ৰিয়া-প্ৰতিক্ৰিয়া

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখলিৰ লগে লগে আৰম্ভ ক্ৰিয়া-প্ৰতিক্ৰিয়া

পিঠিত বেগ, হাতত বেট লৈ দিল্লীৰ নেচিম বন্দী অসমৰ বান্দৰদেৱাত

পিঠিত বেগ, হাতত বেট লৈ দিল্লীৰ নেচিম বন্দী অসমৰ বান্দৰদেৱাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.