• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপাৰেচন সিন্দূৰৰ হাহাকাৰৰ মাজতে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটৰ হাৰ…

অপাৰেচন সিন্দূৰৰ হাহাকাৰৰ মাজতে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটৰ হাৰ…

1 year ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

37 minutes ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

1 hour ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

3 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

3 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

5 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

6 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

19 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

19 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

20 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

20 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

21 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অপাৰেচন সিন্দূৰৰ হাহাকাৰৰ মাজতে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটৰ হাৰ…

editor by editor
May 8, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অপাৰেচন সিন্দূৰৰ হাহাকাৰৰ মাজতে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটৰ হাৰ…
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেচন সিন্দূৰৰ হাহাকাৰৰ মাজতে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটৰ হাৰ…

৭ মে’ দেশৰ বাবে এক উল্লেখনীয় দিন, মাজনিশা অতৰ্কিতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ পেহেলগাম আক্ৰমণৰ প্ৰথমটো প্ৰতিশোধ হিচাপে ভাৰতে চলায় অপাৰেচন সিন্দূৰ অভিযান। তাৰে মাজতে অসমত অনুষ্ঠিত হৈ যায় পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

কালি পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ পৰ্ব বিয়লি ৪-৩০ বজাৰ লগে লগে অন্ত পৰে। অৱশ্যে কোনো কোনো প্ৰান্তৰ ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী হোৱা হেতুকে কিছু সময় পলমকৈ অন্ত পৰে ভোটদানৰ প্ৰক্ৰিয়া।

এতিয়া ৰাজ্যৰ ৰাজনীতিত সকলোৰে অপেক্ষা ১১ মে’ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৈ। অৱশ্যে বহু সংখ্যক প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাই জয় হৈছে।

কালি অনুষ্ঠিত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নিৰ্বাচন আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰ দ্বিতীয় পৰ্যায়ত মুঠ ৭১ শতাংশ ভোটৰ হাৰ হয়।

দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাকেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2nd Phase Electionassam electionPanchayat Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
ৰোহিতৰ অৱসৰৰ পিছত এতিয়া কোন হ’ব অধিনায়ক? দুই খেলুৱৈৰ নাম চৰ্চাত

ৰোহিতৰ অৱসৰৰ পিছত এতিয়া কোন হ’ব অধিনায়ক? দুই খেলুৱৈৰ নাম চৰ্চাত

১০ মে’ শনিবাৰে নিশাৰ পৰা ৫ ৰাশিৰ জয়জয় ময়ময় হৈ পৰিব ভাগ্য

১০ মে’ শনিবাৰে নিশাৰ পৰা ৫ ৰাশিৰ জয়জয় ময়ময় হৈ পৰিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.