• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ অসমে পালন কৰিলেও এইখন গাঁৱত ভোগালী বিহু পালন কৰা নহয়

সমগ্ৰ অসমে পালন কৰিলেও এইখন গাঁৱত ভোগালী বিহু পালন কৰা নহয়

3 years ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

23 minutes ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

1 hour ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

3 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

13 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

13 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

13 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

14 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

14 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

15 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

16 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমগ্ৰ অসমে পালন কৰিলেও এইখন গাঁৱত ভোগালী বিহু পালন কৰা নহয়

editor by editor
January 14, 2024
in অসম, জীৱনশৈলী, ভাৰত, লেখা
0
সমগ্ৰ অসমে পালন কৰিলেও এইখন গাঁৱত ভোগালী বিহু পালন কৰা নহয়
0
SHARES
503
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৬ বছৰে বিহু উৎযাপন নকৰা এখন বিশেষ গাওঁ। তামুলপুৰৰ কেকুৰিকুছিত ২৬ বছৰে নাই ভোগালীৰ আনন্দ উল্লাস। ১৯৯৮ চনৰ ১৩ জানুৱাৰীত ১৭ জন নিৰাপৰাধী পুৰুষ-মহিলা, কিশোৰ-কিশোৰীক নিৰ্মমভাৱে গুলিয়াই তেজৰ ফাকু খেলিছিল বন্দুকধাৰী এটি দুৰ্বৃত্তৰ দলে। তেতিয়াৰে পৰাই তামুলপুৰৰ কেকুৰিকুছিত পালন কৰা নহয় ভোগালী বিহু।

সমগ্ৰ ৰাজ্যতে উৎসাহ উদ্দীপনাৰে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে এক ব্যতিক্ৰমী ছবি দেখা গৈছে তামুলপুৰৰ কেকুৰিকুছি গাঁওত। বিগত দুই দশক ধৰি ভোগালীৰ উৎসাহ-আনন্দ আৰু মেজীৰ জুইৰ উত্তাপক বিসৰ্জন দি আহিছে কেকুৰিকুছি গাঁওৰ ৰাইজে। বিহু বুলি প্ৰতিঘৰ অসমীয়াৰ ঘৰত ঢেকিত গুৰা সান্দহ খুন্দাৰ আয়োজন থাকে যদিও কেকেৰিকুছিত নাই কোনো ঢেঁকীৰ শব্দ।

১৯৯৮ চনৰ ১৩ জানুৱাৰীত এদল বন্দুকধাৰী দুৰ্বৃত্তৰ দলৰ নিৰ্বিচাৰ গুলীচালনাই কাঢ়ি নিলে গাঁৱবাসীৰ পৰা ভোগালীৰ উৎসাহ। সেইদিনটোতেই বিহুৰ আনন্দ হেৰাই গ’ল তামুলপুৰৰ কেকুৰিকুছিৰ পৰা। হাঁহিবোৰ সেইদিনা ক্ষোভ আৰু কান্দোনলৈ ৰূপান্তৰ হৈছিল। কেকুৰিকুছি গাঁওৰ বাবে ভোগালী বিহু মাথো এখন তেজৰঙা ছবি হৈ পৰিছিল। উৰুকাৰ নিশা তেতিয়াৰে পৰাই গা‍ঁওবাসীয়ে উপবাসে থাকি এগছকৈ বন্তি জ্বলাই। সেই অভিশপ্ত নিশাটোত নিহত হৈছিল, হেমচন্দ্ৰ কলিতা, জয়মতী কলিতা, দ্বীপেন কৰিতা, প্ৰতিমা কলিতা, হিৰণ কলিতা, নৱজিৎ কলিতা, কুঞ্জলতা কলিতা, গীতাৰাণী কলিতা, ববিতা কলিতা, প্ৰমোদ কলিতা, ফেলনী ভূঞা, গজেন ভূঞা, বিনা ভূঞা, লিপিকা কলিতা, গীতাঞ্জলি কলিতা, ধনেশ্বৰ কলিতা আৰু মহেশ্বৰ হালৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে
অসম

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

September 30, 2026
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

September 30, 2026
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ
জীৱনশৈলী

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

September 30, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
Next Post
‘ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই

'ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.