• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই

‘ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই

3 years ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

23 minutes ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

60 minutes ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

2 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

4 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

13 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

13 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

14 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

14 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

15 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

15 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই

editor by editor
January 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই
0
SHARES
11.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এতিয়া অপেক্ষা কেৱল ২২ জানুৱাৰীলৈ। চূড়ান্ত প্ৰস্তুতি। ৰাম মন্দিৰলৈ বিশিষ্ট অতিথিসকলক আমন্ত্ৰণ জনোৱা পৰ্বও চলি আছে। ৰাম মন্দিকক উদ্বোধনী অনুষ্ঠানৰ মাজতেই আমন্ত্ৰণ জনোৱা হৈছে চাৰিজন শংকৰাচাৰ্যকো। এই তালিকাত আছে শংকৰাচাৰ্য অভিমুক্তশ্বৰানন্দ সৰস্বতী, গুজৰাটৰ দ্বাৰকা, ওড়িশাৰ পুৰীৰ গোবৰ্ধনপীঠ আৰু কৰ্ণাটকৰ শ্ৰীঙ্গেৰি প্রধান। কিন্তু এই গ্ৰেণ্ড অনুষ্ঠানত উপস্থিত নাথাকে হিন্দু ধৰ্মৰ চাৰিজন প্ৰধান ধৰ্মগুৰু।

কিয় ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে?
উত্তৰাখণ্ডৰ জ্যোতিষপীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তস্বৰানন্দ সৰস্বতীয়ে কয়, ‘সনাতন ধৰ্মৰ আইন ভংগ কৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সম্ভৱ নহয়।’ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ মুখ্য অতিথি হৈছে প্ৰধানমন্ত্ৰী মোদী। অসংখ্য অতিথিৰ সমাগম হ’ব ৰামৰ প্রাণ প্ৰতিষ্ঠা অনুষ্ঠানত। অযোধ্যাৰ এই ৰাম মন্দিৰ সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱা নাই। একমাত্ৰ গৰ্ভগৃহৰ কামহে সম্পূৰ্ণ হৈছে। মন্দিৰৰ কাম শেষ হ’বৰ বাবে এতিয়াও প্ৰায় দুবছৰ সময় লাগিব বুলি জনাইছে মন্দিৰ কৰ্তৃুপক্ষই। শংকৰাচাৰ্যই এই বিষয়টো লৈহে আপত্তি কৰিছে। শংকৰাচাৰ্য স্বামী অভিমুক্তশ্বৰানন্দ সৰস্বতীৰ দাবী, ‘মন্দিৰৰ নিৰ্মাণকাৰ্য শেষ নকৰাকৈ ভগৱান ৰাম মূৰ্তি স্থাপন কৰাটো সনাতন হিন্দুৰ ৰীতি বিৰোধী কাৰ্যকলাপ। অসমাপ্ত মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাটো একেবাৰে ভুল কাম। অসমাপ্ত মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাটো মানি ল’ব নোৱাৰি। এয়া একেবাৰেই ভুল পদক্ষেপ।’

তেওঁ লগতে কয়, ‘এই সিদ্ধান্তৰ বাবে মোক মোদীবিৰোধী বুলি ক’ব পাৰে। মই মোদী বিৰোধী নহয়। কিন্তু ধৰ্মশাস্ত্ৰৰ বিৰুদ্ধেও যাব নোৱাৰো।’ পুৰীৰ গোবৰ্ধনপীঠৰ শংকৰাচাৰ্যক স্বামী নিশ্চলানন্দ সৰস্বতীয়ে কয়, ‘মই ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকো।’ ৰাজনৈতিক বিৰোধী মহলে অৱশ্যে দাবী কৰিছে যে ২০২৪ চনৰ নিৰ্বাচনৰ বাবেই মোদীয়ে খৰধৰলৈ এই মন্দিৰ উদ্বোধন কৰিছে।

উল্লেখ্য যে ৰাম মন্দিৰৰ এই উদ্বোধনী অনুষ্ঠানক RSS-BJPৰ ৰাজনৈতিক ইভেণ্টৰ নাম দিছে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধী, সভাপতি মল্লিকাৰ্জূন খাৰ্গে আৰু লোকসভা কংগ্ৰেছৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে আমন্ত্ৰণ প্ৰত্যাখান কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে BJPয়ে ৰাম মন্দিৰৰ উদ্বোধনক হাথিয়াৰ হিচাপে লৈছে বুলি দাবী কৰিছে কংগ্ৰেছ দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
প্ৰযুক্তি

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

September 30, 2026
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে
অসম

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

September 30, 2026
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

September 30, 2026
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ
জীৱনশৈলী

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

September 30, 2026
Next Post
দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.