• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

4 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

13 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

14 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

15 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

15 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

16 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

17 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

17 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

17 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

18 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

19 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

20 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী, হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

editor by editor
November 6, 2025
in অসম, জীৱনশৈলী, বিবিধ, বিশ্ব
0
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতত আৰু দুমাহো নাই! চাওঁতে চাওঁতে শেষৰ সময়ত উপস্থিত হৈছে ২০২৫ চন৷ উভতি চালেই হয়তো আপুনিও কঁপি উঠে৷ কিমান ভয়ানক আছিল পাৰ হৈ যোৱা ১০টা মাহ৷ ২০২৫ৰ আৰম্ভণিৰ পৰাই আহিছে এটাৰ পাছত আনটো দুঃখবৰ৷ বিশ্বৰ খবৰৰ পৰা ৰাজ্যৰ খবৰলৈ৷ সকলো কেৱল বেয়া খবৰেই৷

২০২৫ চনত তোলপাৰ বিশ্ব ৰাজনীতি৷ এখন দেশে আনখন দেশক আক্ৰমণ কৰিছে৷ আমাৰ ভাৰততো ইয়াৰ প্ৰভাৱ সুস্পষ্ট৷ কাৰণ পহেলগামত নিৰাপৰাধী লোকক পাকিস্তানী সন্ত্ৰাসবাদীৰ হত্যা৷ ভাৰত-পাক সংঘৰ্ষ৷ তাৰপিছতেই আহমেদাবাদত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ২৫০ জন লোকে৷ চুবুৰীয়া দেশ নেপালত গণ আন্দোলনৰ মাধ্যমেৰে চৰকাৰৰ পতন৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ভয়াৱহ ৰূপ৷ অশান্তি কমা নাই ইজৰাইল-গাজাতো৷ মুঠৰ ওপৰত ভাৰতসহ বিশ্বৰ প্ৰায়সমূহ দেশতেই এতিয়া ৰাজনৈতিক তথা সামাজিক বিভীষিকা৷

ঘটিছে অসংখ্য প্ৰাণহানি৷ বিপুল সম্পদৰ ক্ষয়ক্ষতিৰ ঘটনা৷ অসমতো তেনে বিভীষিকাই দেখা দিছে৷ অসমে হেৰুৱাইছে অসমীয়া হৃদস্পন্দন জুবিন গাৰ্গৰ দৰে শিল্পীক৷ অসমে হেৰুৱাইছে বাঁহীৰ সুৰক অন্য স্তৰলৈ লৈ যোৱা শিল্পী দীপক শৰ্মাক৷ কিন্তু কিয় এনে ঘটনাসমূহ ঘটি আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

২০২৫ত কিয় বিশ্বজুৰি এনে পৰিস্থিতি? কি কৈছে জ্যোতিষশাস্ত্ৰই?

বৃহস্পতিৰ গতি

দেৱগুৰু ৰূপে পৰিচিত বৃহস্পতি৷ এই বছৰ মে মাহত বৃহস্পতিৰ গোচৰ হোৱাৰ সময় অতিচাৰি হয়৷ কোনো গ্ৰহই যদি তাৰ স্বাভাৱিক গতিতকৈ বেছি দ্ৰুত গতিত চলিবলৈ আৰম্ভ কৰে তেতিয়া তাক অতিচাৰি বুলি কোৱা হয়৷ ২০৩২ চন পৰ্যন্ত এই অতিচাৰিতেই থাকিব বৃহস্পতি৷ অৰ্থাৎ দ্ৰুত গতিত চলিব৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতিৰ অতিচাৰি গতিক অশুভ বুলি ধাৰণা কৰা হয়৷ ইয়াৰোপৰি এই বছৰ মে মাহৰ শেষৰ দিশত ছয় গ্ৰহই একে ৰাশিত গোচৰ হৈছিল৷ গ্ৰহৰ এনে বিৰল গোচৰৰ উল্লেখ পোৱা যায় মহাভাৰত, কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়তো৷ সেই সময়তো বৃহস্পতি অতিচাৰিতেই আছিল৷

মঙল-কেতুৰ সংযোগ

এই বছৰৰ ৭ জুনৰ পৰা ২৮ জুলাই পৰ্যন্ত মঙল আৰু কেতুৰ মাজত সংযোগ ঘটিছে৷ এই সংযোগ ঘটাৰ মাত্ৰ পাঁচ দিন পাছতেই ২০২৫ চনৰ ১২জুনত আহমেদাবাদ ঘটিছে মৰ্মান্তিক দুৰ্ঘটনা৷ বিমান দুৰ্ঘটনাত নিহত হৈছে ২৫০তকৈ বেছি মানুহ৷ এইদিনটোতেই ইৰাণ আৰু ইজৰায়েলৰ মাজত এই ঘটনাৰ পাছতেই যুদ্ধ পৰিস্থিতি তৈয়াৰ হয়৷ জ্যোতিষশাস্ত্ৰই কৈছে ২০২৬ চনৰ আৰম্ভণি পৰ্যন্ত গ্ৰহসমূহৰ যি অৱস্থান তাত ডাঙৰ দুৰ্যোগৰ আশংকা সম্পূৰ্ণৰূপে নাই বুলি ক’ব নোৱাৰি৷

শনিৰ বিপৰীতমুখী চলন

এই বছৰৰ ১৩ জুলাইত শনিয়ে বিপৰীতমুখী চলন আৰম্ভ কৰিব৷ আগন্তুক ২৮ নৱেম্বৰ পৰ্যন্ত এই বক্ৰী অৱস্থানতেই থাকিব৷ মঙলেও এই বছৰ শনিৰ দৃষ্টিত আছিল৷ জ্যোতিষশাস্ত্ৰই কৈছে শনি আৰু মঙল এটাই আনটোৰ দৃষ্টিত থাকিলে, তাৰ প্ৰভাৱত হিংসা দ্বেষ বাঢ়ি যায়৷ অশান্তি যুদ্ধ লাগিয়েই থাকে৷ শান্ত মানুহৰ মেজাজো হেৰাই সাংঘাতিক কোনো ঘটনা ঘটাব পাৰে৷

২০২৫ চনত আৰু কি ঘটিব পাৰে?

এই মাহৰ শেষত ২৯ তাৰিখে শনি বিপৰীতৰ পৰা চিধা মুখত অৱস্থান কৰিব৷ আৰু ৫ ডিচেম্বৰত বৃহস্পতিয়ে মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ শনিৰ গতিয়ে ৰাজনৈতিক ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ পৰিণতি আনিব৷ ডাঙৰ কোনো ৰাজনৈতিক নেতা গ্ৰেপ্তাৰ হব পাৰে৷ যুদ্ধও হব পাৰে৷ বৃহস্পতিৰ প্ৰভাৱত ধৰ্মীয় ক্ষেত্ৰত ডাঙৰ খেলিমেলি পাৰে৷ ধৰ্মৰ নামত বিষ বিয়পোৱাৰ চেষ্টা চলিব পাৰে৷ বিশ্বব্যাপী দুৰ্যোগ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.