• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 years ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

11 minutes ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

1 hour ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

3 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

4 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

5 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

20 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

21 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

22 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

22 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কেনে যাব আপোনাৰ আজিৰ দিনটো?

editor by editor
January 3, 2023
in Uncategorized
0
কেনে যাব আপোনাৰ আজিৰ দিনটো?
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ

মেষঃ উন্নতিৰ যুগ৷ আৰ্থিক লাভৰ সম্ভাৱনা৷ ভ্ৰমণৰ যোগ৷ বিদ্যাত মজলীয়া৷ শুভ সংখ্যা ১৷ শুভ ৰং বগা৷

বৃষঃ প্ৰেমত মধ্যমীয়া৷ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰোতে চিন্তা কৰি লওক৷ ব্যৱসায়ত মাধ্যম৷ পঢ়াশুনাত মন দিয়ক৷ পৰিয়ালৰ শুভ৷ বন্ধুবৰ্গৰ আগমন৷ শৰীৰ মাধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

মিথুনঃ আৰ্থিকত খৰছ বৃদ্ধি৷ শৰীৰ মন আনন্দিত৷ কিবা পৰিবৰ্তনৰ নতুনত্ব অনুভৱ৷ শুভ সংখ্যা ৯৷ শুভ ৰং হালধীয়া৷

কৰ্কটঃ কৰ্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও আহুকালে দেখা দিব৷ নতুন পৰিকল্পনা৷ সন্তানৰ শুভ৷ বিবাহৰ যোগ৷ শুভ সংখ্যা ৭৷ শুভ ৰং বেঙুনীয়া৷

সিংহঃ বৰ উন্নত দিন নহ’ব৷ আহুকালৰ মুখামুখী হ’ব৷ অবাবত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পাছত বুজিব৷ উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব৷ প্ৰেমৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

কন্যাঃ  প্ৰেমত বাধা। বিদ্যাত শুভ। শুভ সংখ্যা ৭। শুভ ৰং গেৰুৱা।

তুলাঃ আশা কৰা ফল পাব৷ হেৰাই যোৱা প্ৰেম ওভতাই পাব৷ বিদ্যাত উন্নত৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃশ্চিকঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কৰ্তব্যত নিজৰ দক্ষতা থাকিব৷ কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব৷ বিদ্যাত অনুকুল পৰিবেশ৷ ভ্ৰমণৰ চিন্তা কৰিলেও কষ্ট৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

ধনুঃ শুভ সংখ্যা ৭৷ শুভ ৰং আকাশী নীলা৷ পূৰ্ব দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যাত শুভ৷ স্বাস্থ্য উন্নত৷

মকৰঃ পাৰিবাৰিক শুভ৷ কৰ্মব্যস্ততা বাঢ়িব৷ শৰীৰ মাধ্যম৷ খৰছ বৃদ্ধি৷ প্ৰেমত মাধ্যম৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ১৷ শুভ ৰং ক’লা৷

কুম্ভঃ আকস্মিক সহায় লাভৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা৷ বিদ্যাত মাধ্যম৷ প্ৰেমত শুভ৷ ভ্ৰমণৰ যোগ৷ শুভ সংখ্যা ৮৷ শুভ ৰং বগা৷

মীনঃ আৰ্থিকত হাত ধৰি চলক৷ বন্ধু-বান্ধৱৰ লগত সদ্ভাৱ ৰাখিব৷ শৰীৰ উন্নত৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ২৷ শুভ ৰং কমলা৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক…

শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.