• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক…

শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক…

3 years ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

40 seconds ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

39 minutes ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

1 hour ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

2 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

4 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

4 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

5 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

6 hours ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

6 hours ago
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

7 hours ago
কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক…

editor by editor
January 4, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক…
0
SHARES
17.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্থৰ স্বাস্থ্যৰ অৱনতি ঘটাত বুধবাৰে ঋষভক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে। দিল্লীৰ ডিছট্ৰিক্ট ক্ৰিকেট এছচিয়েছনৰ ডাইৰেক্টৰ শ্যাম সুন্দৰে প্ৰকাশ কৰিছে এই তথ্য। পন্থ বৰ্তমান ডেৰাডুনৰ মাক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল পন্থ। শৰীৰত একাধিক আঘাত লাগিছে পন্থৰ। ভৰিত পোৱা আঘাতৰ চিকিৎসা বৰ্তমানো আৰম্ভ হোৱা নাই বুলি জনাইছে চিকিৎসক কৰ্তৃপক্ষই। BCCI-য়েও তেওঁৰ ভৰিৰ চিকিৎসা মুম্বাইতে কৰোৱা হ’ব বুলি প্ৰকাশ কৰিছে।

ক্ৰিকেটাৰসকলৰ চিকিৎসা সাধাৰণতে মুম্বাইতেই কৰা হয়। সেয়ে ঋষভৰ ভৰিৰ চিকিৎসাৰ বাবে মুম্বাইকেই বাছনি কৰিছে BCCI-কৰ্তৃপক্ষই। ৩০ ডিচেম্বৰৰ পুৱা ৫ বজাত দুৰ্ঘটনাত পতিত হৈছিল ঋষভ। দিল্লী-ডেৰাডুন ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পাছতেই সম্পূৰ্ণৰূপে জ্বলি গৈছিল বাহনখন। কোনোপ্ৰকাৰে জীৱন্তে গাড়ীৰ পৰা বাহিৰলৈ ওলাইছিল পন্থ।

চিকিৎসক কৰ্তৃপক্ষই জনোৱামতে পন্থৰ কপালত দুটা গভীৰ ক্ষতস্থান আছে। পিঠিতো গুৰুতৰ আঘাত পাইছে পন্থে। কঁকালৰ হাড়তো আঘাত পোৱা বুলি জনাইছে চিকিৎসক কৰ্তৃপক্ষই। পন্থৰ মুখ আৰু শৰীৰত পোৱা আঘাতৰ প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব। ইতিমধ্যে দুটামান চাৰ্জাৰীও সম্পন্ন হৈছে। মাক্স হাস্পতালত ICU-ৰ পৰা সাধাৰণ ৱাৰ্ডলৈ অনাৰ লগে লগেই ফুলি উঠিছে পন্থৰ শৰীৰ। যাৰভাৱে আজি দ্ৰুততৰভাৱে মুম্বাইলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে পন্থক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!
জীৱনশৈলী

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

April 28, 2026
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!
জীৱনশৈলী

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

April 28, 2026
Next Post
অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ, কোনে কোনে লাভ কৰিলে এই বঁটা…

অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ, কোনে কোনে লাভ কৰিলে এই বঁটা…

কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?

কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.