অসম লাইভ২৪ঃ
২৬ জুলাইত শংকৰী দে’ক হত্যা কৰা হৈছিল
অৰূপ ডেকাৰ সহায়ত শংকৰী দে’ৰ বাসগৃহত উপস্থিত হয় বন্দনা কলিতা
এটা গাৰুৰে অৰূপ আৰু বন্দনাই শাহুৱেকক হত্যা কৰে
ইয়াৰ পিছত দা’ৰে শাহুৱেকৰ মূৰ কাটে অৰুপ আৰু বন্দনাই
ইয়াৰ পিছত শৰীৰৰ শংকৰী দে’ৰ শৰীৰৰ তিনি টুকুৰা কৰা হয়
হত্যাকাণ্ডৰ সময়ত আনটো হত্যাকাৰী ধনটি ডেকা বাহিৰত আছিল
পলিথিনৰ ভিতৰত ভৰোৱা হৈছিল শংকৰী দে’ৰ মৃতদেহ
কম্বলেৰে মেৰিয়াই অৰূপ ডেকাৰ এখন হোণ্ডাই বাহনত লৈ যোৱা হয় মৃতদেহ
২৭ জুলাইত ৰাতিপুৱা মৃতদেহ লৈ তিনিওজনে যাত্ৰা কৰে মেঘালয়লৈ
শ্বিলং-চেৰাপুঞ্জীৰ ৰাস্তাৰ এটা দ খাৱৈত পেলাই দিয়া হয় মৃতদেহ
আন এটা প্ৰান্তত পেলাই দিয়া হয় শৰীৰটো কটা দা’ আৰু বেলনা মাৰি
১৭ আগষ্টত স্বামী অমৰজ্যোতি দে’ক হত্যাৰ পৰিকল্পনা কৰে বন্দনা আৰু দুই সতীৰ্থই
ধনটি আৰু অৰূপৰ সহযোগত অমৰজ্যোতিৰ মূৰত ৰ’ডেৰে আক্ৰমণ
অচেতন হোৱাৰ পাছত স্বামীৰ শৰীৰৰ পাঁচটা টুকুৰা কৰে
১৮ আগষ্ট পুৱতি নিশা পলিথিনেৰে মেৰিয়াই মৃতদেহ লৈ যোৱা হয় মেঘালয়লৈ
ডাউকিৰ এটা দ’ খাৱৈত পেলাই দিয়া হয় মৃতদেহ
ধনটি ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে তিনিচুকীয়াত
খানাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অৰূপ ডেকাক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















