• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উন্মুক্ত ভালপোৱাৰে উপচাই ওপজা দিনত মালাইকাক অৰ্জুনে কাণে কাণে ক’লে বিশেষ কথা…

3 years ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

17 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

1 hour ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

2 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

5 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উন্মুক্ত ভালপোৱাৰে উপচাই ওপজা দিনত মালাইকাক অৰ্জুনে কাণে কাণে ক’লে বিশেষ কথা…

editor by editor
October 24, 2022
in জীৱনশৈলী, বিনোদন, ভাৰত
0
উন্মুক্ত ভালপোৱাৰে উপচাই ওপজা দিনত মালাইকাক অৰ্জুনে কাণে কাণে ক’লে বিশেষ কথা…
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘নাই একো প্ৰত্যাশা, কেৱল তোমাৰ ভালপোৱাৰে পৰিবেষ্টিত হৈয়ে জীৱন জীওৱাৰ হেঁপাহ।’ মালাইকাৰ ওপজা দিনত প্ৰেমিক অৰ্জুন কাপুৰে প্ৰেম নিবেদন কৰি শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো।

৪৯ বছৰীয়া হ’ল মালাইকা। দেওবাৰে প্ৰেয়সী মালাইকাক শুভেচ্ছা জনাই শ্বেয়াৰ কৰা ফটোখনে এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰতে। ছবিত আইনাৰ সন্মুখত মালাইকাই থিয় দি আছে। মালাইকাৰ কাষতেই থিয় দি আছে প্ৰেমিক অৰ্জুন কাপুৰ। দুয়োৱে পৰিধান কৰিছে পূৰ্বে ৰজা-মহাৰজাই পিন্ধা সাজ।৩৭ বছৰীয়া অৰ্জুনে প্ৰেয়সীৰ কাষত থিয় হওঁতে দুয়োৰে মুখত জিলিকি উঠিছে প্ৰেমৰ গাঢ় ৰং।

ফটোখন শ্বেয়াৰ কৰি কেপশ্ব্যনত অৰ্জুনে লিখিছে, ‘এনেকৈয়ে থাকা, নিজৰ ধৰণেৰে, সুখী থাকা প্ৰিয়া।’ কেপশ্ব্যনত অৰ্জুনে শেষত লিখিছে, ‘ মই কেৱল তোমাৰ।’ অৰ্জুনে শ্বেয়াৰ পষ্টটোত অনুৰাগীৰ কমেন্টে দৃষ্টি কাঢ়িছে সকলোৰে। বলীউডৰ বহু সতীৰ্থই মালাইকাক ওপজা দিনৰ শুভেচ্ছা
জ্ঞাপন কৰাৰ লগতে প্ৰেমিক যুঁটিটোকো সুখেৰে থাকিবলৈ আশীৰ্বাদ দিয়াও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?
জীৱনশৈলী

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ
খাদ্য

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

April 13, 2026
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক
জীৱনশৈলী

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

April 13, 2026
Next Post
ধনতেৰছত অভিলেখ! ৰাজ্যবাসীয়ে ক্ৰয় কৰিলে কেইবা কোটি টকাৰ অলংকাৰ…

ধনতেৰছত অভিলেখ! ৰাজ্যবাসীয়ে ক্ৰয় কৰিলে কেইবা কোটি টকাৰ অলংকাৰ...

মিঞা মিউজিয়ামত চলিব নেকি বুলডোজাৰ! কোনে জ্বলোৱাৰ দিহা কৰিছে এই মিউজিয়াম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন