• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?

নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?

3 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

19 minutes ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

39 minutes ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

3 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

4 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

6 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

7 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

7 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

8 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

8 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?

editor by editor
August 27, 2023
in প্ৰযুক্তি, ভাৰত
0
নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?
0
SHARES
10.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰৰ মাটিত চন্দ্ৰযান-৩ নমাৰ পাছতেই গৰ্বিত হৈ পৰিছে দেশবাসী। সমগ্ৰ বিশ্ব আজি ভাৰতৰ প্ৰশংসাত পঞ্চমুখ। চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰি পৃথিৱীৰ সকলো দেশতকৈ এঢাপ আগুৱাই গৈছে ভাৰত। কিন্তু শনিবাৰে এইসমূহৰ মাজত প্ৰধানমন্ত্ৰী মোদী ইছৰোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই আৰম্ভ হৈছে আন এক চৰ্চা। প্রধানমন্ত্ৰী মোদীয়ে এই সফল অভিযানৰ বাবে বিজ্ঞানীক অভিনন্দন জনাবলৈ বাংগালুৰুত থকা ইছৰোৰ মুখ্য কাৰ্যালয়লৈ গৈছিল। তাতেই প্রধানমন্ত্ৰীয়ে ইছৰোৰ চন্দ্ৰযান-৩ ৰ দায়িত্বত থকা মুখ্য বিজ্ঞানী সোমনাথসহ চন্দ্ৰযান-৩ মিছনৰ আটাইকেইজন বিজ্ঞানীকেই লগ কৰে। তাৰ পৰাই তেওএঁ বিক্ৰম লেণ্ডিং কৰা পইণ্টৰ নাম দিছে শিৱশক্তি। শিৱশক্তি নামক লৈ এতিয়া আৰম্ভ হৈছে ৰাজনৈতিক বিতৰ্ক।

এই শিৱশক্তি নামক লৈ কংগ্ৰেছ নেতা ৰছিদ আলভিয়ে কৰিছে বিশেষ মন্তব্য। কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘সমগ্ৰ পৃথিৱীয়ে আমাক প্ৰশংসা কৰিছিল। কিন্তু এই নামৰ পিছত হাঁহিবলৈ ধৰিছে। আমি চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিছো সেয়া অত্যন্ত সুখৰ খবৰ। আমি সকলোৱেই গৰ্ববোধ কৰিছো। কিন্তু আমি চন্দ্ৰৰ মালিক কেনেকৈ হম?’ ইয়াৰোপৰি চন্দ্ৰযান-১ যেতিয়া ভাঙি পৰিছিল তেতিয়া সেই ঠাইৰ নাম জৱাহৰ পইণ্ট ৰখাৰ কথাও জনাই নেতাগৰাকীয়ে।

কংগ্ৰেছ নেতাৰ মন্তব্যক লৈ বিজেপি নেতা শেহজাদ পুনুৱালাই কয়, ‘শিৱশক্তি আৰু ত্ৰিৰংগা এই দুই নামৰেই যোগসূত্ৰ আছে। কংগ্ৰেছ পৰিয়ালতন্ত্ৰত বিশ্বাসী। আৰু বিজেপিয়ে দেশক লৈ আগবাঢ়িব খুজিছে। বিক্ৰম লেণ্ডাৰৰ নামকৰণ কৰা হৈছে বিক্ৰম ছাৰাভাইৰ নামেৰে। তাৰপিছতেই কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰত্তুত্ত্যৰত কয়, ”জৱাহৰলাল নেহৰুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ তুলনাই নহয়। জৱাহৰলাল নেহৰুৱে ইছৰো প্ৰতিষ্ঠা কৰি গৈছে। মোদীয়ে কেৱল সকলোতে ৰাজনীতিৰ ৰং লগোৱাত ব্যস্ত হৈ পৰিছে।’ উল্লেখ্য যে, নাম যিয়েই নহওক কিয় সকলোৱে কিন্তু নামতকৈ বিজ্ঞানীৰ সফলতাকহে প্ৰশংসা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
Next Post
চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?

চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?

তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং

তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.