• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ শীঘ্ৰ পতন কেনেৰৈ ৰোধ কৰিব? গৱেষণাই কি কয় চাওক…

পুৰুষৰ শীঘ্ৰ পতন কেনেৰৈ ৰোধ কৰিব? গৱেষণাই কি কয় চাওক…

4 years ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

34 minutes ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

58 minutes ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

1 hour ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

2 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

3 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

14 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

14 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

15 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

15 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

16 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰুষৰ শীঘ্ৰ পতন কেনেৰৈ ৰোধ কৰিব? গৱেষণাই কি কয় চাওক…

editor by editor
May 11, 2022
in বিবিধ, স্বাস্থ্য
0
পুৰুষৰ শীঘ্ৰ পতন কেনেৰৈ ৰোধ কৰিব? গৱেষণাই কি কয় চাওক…
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীঘ্ৰ পতন বহুতো দম্পতীৰ যৌন জীৱনৰ এটা ডাঙৰ সমস্যা। ব্যায়ামৰ অভাৱ, দীৰ্ঘদিন ধৰি এটা ঠাইত বহি কাম কৰা, খাদ্যাভ্যাসত অনিয়ম আদি বিভিন্ন কাৰণত যৌন ক্ষমতা হ্ৰাস পাব পাৰে। আৰু ই প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ ওপৰতো প্ৰভাৱ পেলায়।

বিভিন্ন অধ্যয়নে দেখুৱাইছে যে ৰঙা সুৰাই শীঘ্ৰ পতনৰ সমস্যাৰ মোকাবিলা কৰাত সহায় কৰে। গৱেষকসকলৰ মতে, ৰঙা আঙুৰত থকা ‘ফ্লেভেনইড’ যৌগটোৱে দ্ৰুত পতনৰ সমস্যাটো আঁতৰ কৰে। কেৱল ৰঙা আঙুৰতে নহয়, পিঁয়াজ আৰু সেউজীয়া চাহতো এই যৌগটো উপলব্ধ।

লগতে পঢ়ক ৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

সেয়েহে, এইসমূহ খাদ্যৰ তালিকাত আহাৰত ৰাখিব পাৰে। ইয়াৰ উপৰিও জীৱনশৈলীৰ কিছু পৰিৱৰ্তনৰ জৰিয়তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

১. জিংক সমৃদ্ধ খাদ্য খাওক: নিউট্ৰিচন আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, শৰীৰত জিংকৰ অভাৱ হ’লে শীঘ্ৰ পতনৰ সমস্যাই দেখা দিয়ে। ইফালে জিঙ্কে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু কোষৰ বিকাশ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই যৌগটোৱে ‘টেষ্টোষ্টেৰন’ নামৰ পুৰুষ যৌন হৰমনৰ নিঃসৰণ বৃদ্ধি কৰে আৰু যৌন ক্ষমতা বৃদ্ধি কৰে।

লগতে পঢ়ক উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

২. শ্ৰোণিতলৰ পেশীৰ শক্তি বৃদ্ধি কৰিবলৈ ব্যায়াম: মজিয়াত শুই লৈ আপোনাৰ হাত আৰু ভৰি পোন কৰি ৰাখক। এইবাৰ শ্ৰোণিৰ পেশী তিনি ছেকেণ্ডৰ বাবে সংকুচিত কৰক। তাৰ পিছত তিনি ছেকেণ্ডৰ বাবে জিৰণি লওক। একেৰাহে দহবাৰ এই ব্যায়াম কৰক। দিনত তিনিবাৰ এই ব্যায়াম কৰিলে আপুনি শীঘ্ৰ পতন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

৩. স্বমেহন: বহুক্ষেত্ৰত এই পদ্ধতিয়ে সংগমৰ ম্যাদ বৃদ্ধি কৰে। সেয়েহে বহুলোকে কয় যে সহবাসৰ এঘণ্টা আগতে হস্তমৈথুন কৰি বীৰ্যপাত কৰা লোৱা উচিত। এইটো কৰিলে যৌন সম্পৰ্কত অধিক সময়ৰ বাবে ‘অৰ্গেজম’ প্ৰতিৰোধ কৰাটো সম্ভৱ হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assambest news in assamBest News Portal in Assamhealth tipsPremature ejaculation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?
জীৱনশৈলী

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

March 27, 2026
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?
জীৱনশৈলী

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

March 27, 2026
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

March 27, 2026
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?
জীৱনশৈলী

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

March 27, 2026
Next Post
নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.