• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু

4 years ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

28 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

1 hour ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

4 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু

editor by editor
February 12, 2022
in অসম, ৰাজনীতি, শিক্ষা
0
ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে৷ এইবাৰ অসমীয়াৰ বাপতিসাহোন বিহুৰ ওপৰত আক্ৰমণ ৰাজ্য চৰকাৰৰ৷

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বিহুক আঁতৰাই দিয়া হৈছে৷ কেৱল বিহুৱেই নহয় উক্ত পাঠ্যক্ৰমৰ পৰা স্বদেশ প্ৰেমৰ পাঠো আঁতৰাই দিয়া হৈছে৷

অসমীয়া সংস্কৃতি সংৰক্ষণ কৰিবলৈ বিভিন্ন অভিলাষী পদক্ষেপ লোৱা আৰু নিজকে দেশপ্ৰেমী বুলি আত্ম জাহিৰ কৰি অহা চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ সুধী সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আছুসহ বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হোৱাও দেখা গৈছে৷

ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শুকুৰবাৰে ঘোষণা কৰে যে অসমৰ চাৰিটা জনজাতীয় ভাষাক নিম্ন প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰা হ’ব৷

মন্ত্ৰী ডাঃ পেগুৱে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষাক অন্তভুৰ্ক্ত কৰা হ’ব বুলি ঘোষণা কৰিছে৷

‘‘চৰকাৰে এই সম্প্ৰদায়সমূহৰ দাবী পূৰণৰ বাবে নিম্ন প্ৰাথমিক বিদ্যালয় পৰ্যায়ত চাৰিটা জনজাতীয় ভাষাক শিক্ষাদানৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষা প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে।’’ মন্ত্ৰী ডঃ পুগুৱে কয়৷

আনহাতে, মন্ত্ৰী ডাঃ পেগুৱে লগতে কয় যে চৰকাৰে চলিত বছৰতে এই ভাষাসমূহ শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিব৷

অৱশ্যে, পাঠ্যপুঠি প্ৰণয়ন আদিৰ কাৰিকৰী সমস্যাৰ কথা উল্লেখ কৰি মন্ত্ৰী ডাঃ পেগুৱে আৰু কয় যে উক্ত ভাষাসমূহৰ ভাষিক শিক্ষণ অৰ্হতা থকা শিক্ষকক পাঠ্যক্ৰম প্ৰস্তুতৰ বাবে বাছনি কৰাৰ ব্যৱস্থা কৰা হ’ব৷ পাঠ্যক্ৰম প্ৰস্তুতি আদিত সময়ৰ প্ৰয়োজন হ’লে ২০২৩ শিক্ষা বৰ্ষত এই ভাষাকেইটা প্ৰৱৰ্তন কৰা হ’ব বুলিও উল্লেখ কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24asom live 24 digitalassam bihuAssam-Govtaxom live 24bihuDr. Ranoj Pegueducation minister
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ

দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ

নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?

নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.