• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাসকীয় নেতাৰ ফার্ম হাউছত নাৰী দেহৰ বেহা

শাসকীয় নেতাৰ ফার্ম হাউছত নাৰী দেহৰ বেহা

6 years ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

28 minutes ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

1 hour ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

2 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

4 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

5 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

5 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

6 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

7 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

7 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শাসকীয় নেতাৰ ফার্ম হাউছত নাৰী দেহৰ বেহা

আৰক্ষীক কি ক’লে বিজেপি নেতাই

editor by editor
July 28, 2020
in অপৰাধ, ভাৰত
0
শাসকীয় নেতাৰ ফার্ম হাউছত নাৰী দেহৰ বেহা
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিজেপি নেতাৰ বিৰুদ্ধে ধর্ষণ বা যৌন নিগ্ৰহৰ অভিযোগ নতুন নহয়। উত্তৰ প্ৰদেশৰ একাধিক নেতাৰ বিৰুদ্ধে পূর্বে এনে অভিযোগ বহুবাৰ উঠিছে। এইবাৰ আগ্ৰাৰ বিজেপি নেতা এজনৰ ফার্ম হাউছত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। আগ্ৰা আৰক্ষীয়ে ইতিমধ্যে এই ছেক্স ৰেকেট ধৰা পেলাইছে। আৰক্ষীয়ে গেৰুৱা নেতাজনক সোধ-পোচ কৰে। বিজেপিৰ প্ৰাক্তন জিলা সভাপতিজনে আৰক্ষীক স্পষ্ট কৰি দিয়ে- এই ফার্ম হাউছটো অন্য লোকক লীজত দিয়া হৈছিল। গতিকে তেওঁ কোনোপধ্যে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত নহয়। আগ্ৰাৰ এছএছপি বাবুল কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে আগ্ৰা চিটি আৰক্ষীয়ে ফার্ম হাউছটোত অভিযান চলাই এক বিশাল ছেক্স ৰেকেট ধৰা পেলায়। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে যুৱতীসকলক প্ৰথমতে এই ফার্ম হাউছলৈ অনা হয় আৰু তাৰ পাছত বিভিন্ন হোটেললৈ পঠোৱা হয়। ইয়াৰ আঁৰত প্ৰভাৱশালী লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে এছএছপি বাবুল কুমাৰে। ঘটনাত জড়িত থকাৰ অভিযোগত ৩ মহিলাসকল ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত বিজেপি নেতাজনে দাবী কৰিছে তেওঁ শচীন, বিষ্ণু আৰু বিশাল দয়াল নামৰ তিনিজন লোকক ফার্ম হাউছটো লীজত দিছিল। ফার্ম হাউছত কি চলে তেওঁ নাজানে। এক নিৰপেক্ষ তদন্তৰ দাবীও কৰে বিজেপি নেতাজনে। ইয়াৰ বিপৰীতে আৰক্ষীয়ে প্ৰাথমিক তদন্তত বিজেপি নেতাজন এই ব্যৱসায়েৰে জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে বুলি দাবী কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpsex racketsex raket bjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
Next Post
ক’ৰোনাৰ প্ৰভাৱত হোৱা মানসিক চাপ (Stress)

ক’ৰোনাৰ প্ৰভাৱত হোৱা মানসিক চাপ (Stress)

কঁঠাল খাওক, ক’ৰোনা খেদক

কঁঠাল খাওক, ক’ৰোনা খেদক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.