• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰিব? পাঁচ ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ

কোন ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰিব? পাঁচ ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ

4 years ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

32 minutes ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

1 hour ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

2 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

2 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

3 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

4 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

4 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

5 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

5 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

6 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোন ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰিব? পাঁচ ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ

editor by editor
March 7, 2022 - Updated on March 8, 2022
in ভাৰত, ৰাজনীতি
0
কোন ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰিব? পাঁচ ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে দেশৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সামৰণি পৰিছে৷ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে৷

কোন কোন সমীক্ষাই কোন কোন ৰাজ্যত কোন কোন দলক কিমানখনকৈ আসন দিছে তাৰ তালিকা তলত উল্লেখ কৰা হৈছে৷

লগতে পঢ়ক প্ৰেম বিবাহৰ পিছতো সংসাৰত সমস্যাৰ সৃষ্টি হৈছে নেকি? তেনে এই দিশবোৰত গুৰুত্ব দিয়ক…

ইণ্ডিয়া টু়দেৰ সমীক্ষাৰ মতে পঞ্জাৱত কংগ্ৰেছে ক্ষমতা হেৰুওৱাব৷  ১১৭খন আসন বিশিষ্ট পঞ্জাৱত আম আদমি পাৰ্টিয়ে ৭৬ৰ পৰা ৯০ খন, কংগ্ৰেছে ১৯-৩১খন, বিজেপিয়ে ৭-১১ খন আৰু শিৰোমণি আকালী দলে ৭-১১ খনলাভ কৰিব৷

ইফালে NewsXৰ সমীক্ষাৰ মতে আপ-এ ৬৫-৬১, কংগ্ৰেছে ২৪-২৯, বিজেপিয়ে ১-৬ আৰু আকালী দলে ২২-২৬ খন আসন লাভ কৰিব৷

বিভিন্ন প্ৰতিষ্ঠানৰ সমীক্ষাৰ মতে মণিপুৰত পুনৰ বিজেপিয়ে ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে৷  ৬০ খন আসন বিশিষ্ট মণিপুৰত সকলোবোৰ সমীক্ষাতেই বিজেপিয়ে ২৩ ৰপৰা ৩৮ খন আসন লাভ কৰিব বুলি দেখুওৱা হৈছে৷

লগতে পঢ়ক ৬৭ সংখ্যক জন্মদিনত অভিনেতা অনুপম খেৰে শ্বেয়াৰ কৰিলে নিজৰ অৰ্ধনগ্ন ফ’টো, কিন্তু কিয়?

গোৱাত সমীক্ষাসমূহে কংগ্ৰেছ আৰু বিজেপিক প্ৰায় সমান সমান আসন দিয়া দেখা গৈছে৷

আনহাতে উত্তৰ প্ৰদেশত বিজেপিক পুনৰ শাসনলৈ অহা দেখুওৱা হৈছে৷ প’লষ্টাৰ্টৰ মতে ৪০৩ খন আসন বিশিষ্ট উত্তৰ প্ৰদেশত বিজেপিৰ মিত্ৰজোঁটে ২১১-২২৫ খন, সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটে ১৪৬-১৬০ খন আৰু বহুজন সমাজবাদী পাৰ্টিয়ে ১৪-২৪ খন আসন লাভ কৰিব৷

মাৰ্টিজৰ সমীক্ষাৰ মতে প্ৰদেশত বিজেপিৰ মিত্ৰজোঁটে ২৬২-২৭৭ খন, সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটে ১৪০ খন আৰু বহুজন সমাজবাদী পাৰ্টিয়ে ১৭ খন আসন লাভ কৰিব৷

উত্তৰাখণ্ডত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব৷ সমীক্ষাসমূহৰ মতে ৭০ খন আসনযুক্ত উত্তৰাখণ্ডত কংগ্ৰেছে ৩৩-৩৫ খন আৰু বিজেপিয়ে ৩১-৩৩ খন লাভ কৰিব বুলি কোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest Portal in Assamelectionexit poll
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

April 16, 2026
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?
বাণিজ্য

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

April 16, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.