• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনকুবেৰ হিট, মোদী ফ্লপ

ধনকুবেৰ হিট, মোদী ফ্লপ

5 years ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

21 minutes ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

51 minutes ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

1 hour ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

2 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

3 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

3 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

3 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

12 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

13 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

13 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

14 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ধনকুবেৰ হিট, মোদী ফ্লপ

editor by editor
June 19, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, ভাৰত
0
ধনকুবেৰ হিট, মোদী ফ্লপ
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’লা ধন আৰু ছুইছ বেংক এই দুটা শব্দ মনলৈ আহিলেই এগৰাকী ব্যক্তিৰ ছবি ভাঁহি উঠে। ২০১৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে দেশৰ যিটো প্ৰান্তলৈ নির্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল তাতেই তেওঁ ক’লা ধন আৰু ছুইছ বেংকৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিল। তেওঁ কৈছিল বিজেপি শাসনলৈ আহিলে ঘূৰাই অনা হ’ব ক’লা ধন। কিন্তু এবাৰ নহয়, দুবাৰৰ বাবে শাসনলৈ আহিল বিজেপি। এবাৰ নহয়, দুবাৰৰ বাবে তেৱেঁ প্ৰধানমন্ত্ৰী হ’ল। আমি ক’ব বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা। ২০১৪ চনত ছুইছ বেংকত থকা ভাৰতীয়ৰ ক’লা ধনৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰা নৰেন্দ্ৰ মোদীয়ে যোৱা ৭ বছৰত ক’লা ধন উভতাই অনাটো বাদেই, শাসনলৈ অহাৰ পাছত ক’লা ধনক লৈ ‘ক’ আৰু ‘ধ’টোও উচ্চাৰণ নকৰিলে। ওলোটাই বিমুদ্ৰাকৰণ নীতিৰে শ’লঠেকত পেলালে ভাৰতীয় অর্থনীতিক। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা ছুইছ বেংকৰ কেইটামান তথ্যই পুনৰ আচৰিত কৰি তুলিছে দেশবাসীক। দ্বিতীয় বাৰৰ বাবে মোদী শাসনলৈ অহাৰ পাছত পুনৰ ভাৰতীয় ধন কুবেৰৰ ধন সঞ্চয়ৰ প্ৰথম পচন্দ হৈ পৰিছে ছুইছ বেংক আৰু দেশৰ ধন কুবেৰৰ এই পচন্দই ভাঙি দিলে যোৱা ১৩ বছৰৰ ৰেকর্ড। কেৱল ২০২০ চনতেই ছুইছ বেংকত জমা ধনৰ পৰিমাণ ২০,৭০০ কোটি। ২০১৮ চনত এই ধনৰ পৰিমাণ আছিল ১২,৬১৫ কোটি। ২০১৯ চনত কমি হৈছিলগৈ ৬,৬২৫ কোটি। তেন্তে এতিয়া প্ৰশ্ন হয়, ২০২০ৰ ক’ৰোনা সংকটৰ মাজতো হঠাতে ইমান কেনেকৈ বাঢ়িল ছুইছ বেংকত ধন কুবেৰৰ ধনৰ পৰিমাণ? অৱশ্যে এয়া বিত্তীয় প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ ট্ৰাষ্ট, ব’ণ্ড, ছিকিউৰিটী মানি হিচাপে যি ধন ছুইছ বেংকত জমা হৈছে তাৰ হিচাপ। তাকো এয়া কেৱল চৰকাৰী হিচাপহে। কিন্তু ছদ্ম নামত একাউণ্ট, ছদ্মবেশী সংস্থাৰ জৰিয়তে কিমান ভাৰতীয়ই অনৈতিকভাৱে ছুইছ বেংকত ধন জমা ৰাখিছে তাৰ কোনো হিচাপেই নাই। গতিকে এতিয়া আপুনি নিজেই ভাবক, ক’লা ধনৰ বিৰুদ্ধে এই যুদ্ধত কোন জিকিছে আৰু কোন হাৰিছে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24black moneynarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?
জীৱনশৈলী

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

April 10, 2026
Next Post
ছুইছ বেংকত ২১,৭০০ কোটি টকা, ভাৰতত বৃদ্ধি ধনকুবেৰ

ছুইছ বেংকত ২১,৭০০ কোটি টকা, ভাৰতত বৃদ্ধি ধনকুবেৰ

বুটাম টিপাৰ প্ৰয়োজন নাই, মনত ভাবিলেই কাম কৰিব মোবাইলে

বুটাম টিপাৰ প্ৰয়োজন নাই, মনত ভাবিলেই কাম কৰিব মোবাইলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.