• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

3 weeks ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

6 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

6 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

7 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

7 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

8 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

8 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

8 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

9 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

9 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

9 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

10 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

editor by editor
March 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
0
SHARES
572
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সম্প্ৰতি আমাৰ দেশত ব্লাড কেন্সাৰত আক্ৰান্ত লোকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে৷ ব্লাড কেন্সাৰ এক বিপজ্জনক ৰোগ যিয়ে আমাৰ তেজ, অস্থি মজ্জা বা লিম্ফ চিষ্টেমৰ পৰা আৰম্ভ হয়৷ ই ৰক্ত কোষৰ কাৰ্যকাৰিতা সম্পূৰ্ণৰূপে ব্যাহত কৰে৷ দেৰীকৈ ৰোগবিধ চিনাক্ত হলে চিকিৎসা খুবেই কঠিন হৈ পৰে৷ বহুক্ষেত্ৰত ৰোগীয়ে যুদ্ধ কৰাৰ অৱস্থাও নাথাকে৷ চিকিৎসা আৰম্ভ হোৱাৰ লগে লগেই মৃত্যুৰ মুখতো পৰে বহুজন৷
প্ৰাথমিক লক্ষণসমূহ চিনাক্ত কৰি তাৎক্ষণিক চিকিৎসা আৰম্ভ কৰিলেই জীৱন ৰক্ষা পৰিব পাৰে৷ বহুতেই এই সতৰ্কতাসমূহক সাধাৰণ স্বাস্থ্য সমস্যা হিচাপে বিবেচনা কৰে আৰু এইসমূহক উপেক্ষা কৰে৷ ব্লাড কেন্সাৰৰ প্ৰধান প্ৰাথমিক লক্ষণসমূহ কি কি জানক?
ঘনে ঘনে জ্বৰ, সংক্ৰমণ
ইমিউন চিষ্টেম দুৰ্বল হলে শৰীৰৰ ক্ষুদ্ৰতম জীৱাণুসমূহৰ সৈতে যুঁজ কৰাৰ ক্ষমতা হেৰুৱাই৷ ফলত বাৰে বাৰে জ্বৰ আৰু সংক্ৰমণে দেখা দিয়ে৷ আনকি সৰু ক্ষত শুকাবলৈকো বহু সময় লাগে৷
ক্ৰমাগত ক্লান্তি, অলসতা
লোহিত ৰক্তকণিকাৰ সংখ্যা কমি গলে শৰীৰত অক্সিজেনৰ সৰবৰাহ কমি যায়৷ ই আপোনাক কোনো কাম নকৰিলেও অত্যন্ত ক্লান্ত আৰু শক্তিহীন কৰি তুলে৷

সহজ ক্ষততেই অস্বাভাৱিক ৰক্তপাত

শৰীৰত প্লেটলেট কমি গলে ছালত কোনো কাৰণ অবিহনেই নীলা বা বেঙুনীয়া ৰঙৰ দাগ পৰে৷
নাকৰ পৰা ঘনে ঘনে ৰক্তপাত
দাঁত ব্ৰাছ কৰাৰ সময়ত দাঁতৰ আলুৰ পৰা ৰক্তপাত আৰু মহিলাৰ মাজত ঋতুস্ৰাৱৰ সময়ত অত্যধিক ৰক্তপাতো এক গুৰুত্বপূৰ্ণ সতৰ্কতা৷
হাঁড় বা জয়েণ্ট বিষ, লিম্ফ নোড
যদি ডিঙি, কাষলতিত বিষহীন ফোলাভাৱে দেখা দিয়ে তেন্তে এয়া লিউকেমিয়া বা লিম্ফোমাৰ দৰে তেজৰ কৰ্কটৰ লক্ষণ হব পাৰে৷ অস্থিমজ্জাত কেন্সাৰৰ কোষ বাঢ়িলে কঁকাল, নিতম্বত প্ৰচণ্ড বিষ হয়৷
হঠাৎ ওজন কমি যোৱা
কোনো ডায়েট বা ব্যায়াম অবিহনেই যদি হঠাৎ ওজন হ্ৰাস হয় সেয়াও কৰ্কটৰেই লক্ষণ৷ কৰ্কটৰ বিৰুদ্দে যুঁজ কৰিবলৈ শৰীৰৰ অত্যধিক শক্তি ব্যৱসায় হৈ থকাৰ ফলত ব্যক্তিগৰাকী ক্ষীণাই যাব পাৰে৷ খাদ্যগ্ৰহণৰ প্ৰতি অনিহা অহাৰ বাবে ওজন হ্ৰাস হব পাৰে৷
  • কিছু ব্যক্তিৰ নিৰ্দিষ্ট কিছু কাৰণত ব্লাড কেন্সাৰৰ আশংকা বাঢ়ে৷ যদি কোনো নিকটাত্মীয়ৰ তেজৰ কৰ্কট থাকে তেন্তে আপোনাৰো এই ৰোগত জেনেটিকভাৱেই আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ পেইণ্ট, ইন্ধন আদিত ব্যৱহৃত বেনজিনৰ দৰে ক্ষতিকৰ ৰাসায়নিক বা বিকিৰণৰ সংস্পৰ্শত থাকিলে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ দুৰ্বল ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ কাৰণে এইছ আই ভি, লুপাছ, ৰিউমেটয়েড, আৰ্থ্ৰাইটিছৰ দৰে সমস্যাত আক্ৰান্ত ব্যক্তিৰ এই আশংকা বেছি থাকে৷
  • ধূমপান আৰু এলকহল পান কৰা অভ্যাসে ধীৰে ধীৰে তেজ আৰু অস্থি মজ্জাৰ ক্ষতি কৰিব পাৰে আৰু কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বঢ়াই তুলিব পাৰে৷ অতীতত যিসকলে অন্য কৰ্কটৰ বাবে কেমোথেৰাপি লৈছে তেওঁলোকৰো ব্লাড কেন্সাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে৷ এয়া সাধাৰণতে ৬০ বছৰতকৈ বেছি বয়সীয়াসকলৰ মাজত দেখা যায়৷ কিছু ধৰণৰ তেজৰ কৰ্কট শিশুসকলৰ মাজতো দেখা দিব পাৰে৷
  • ব্লাড কেন্সাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ নহয় যদিও কিছু সতৰ্কতা অৱলম্বন কৰি এয়া হ্ৰাস কৰিব পাৰে৷ ৰাসায়নিক কাম কৰাৰ সময়ত প্ৰতিৰক্ষামূলক পোছাক পিন্ধক৷ ফল আৰু পাচলি প্ৰচুৰ পৰিমাণে খাওক৷
  • পৰিয়ালৰ কৰ্কটৰ ইতিহাস থাকিলে নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু তেজৰ পৰীক্ষা কৰক৷ দুই সপ্তাহতকৈ বেছি সময় ধৰি অবিৰাম ক্লান্তি, কোনো কাৰণ অবিহনেই ওজন কমি যোৱা, অস্বাভাৱিক ৰক্তক্ষৰণ বা জ্বৰৰ দৰে উপসৰ্গই দেখা দিলে দ্ৰুত চিকিৎসকৰ শৰণাপন্ন হওক৷ সমস্যাটো সাধাৰণ পৰীক্ষা যেনে চিবিচি টেষ্ট বা অস্থি মজ্জা পৰীক্ষাৰ মাধ্যমেৰে চিনাক্ত কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.