• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল

হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল

1 year ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

31 seconds ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

15 minutes ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

1 hour ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

2 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

3 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

4 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

4 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

5 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

6 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

14 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল

editor by editor
March 13, 2025
in বিবিধ, বিশ্ব
0
হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল

ইৰাণৰ এক প্ৰাকৃতিক ঘটনাই সকলো বিশ্ববাসীক হতভম্ব কৰি তুলিছে। এক অলৌকিক ঘটনাৰ দৰে হৈছে ইৰাণত। ইৰাণত দেখা পোৱা গৈছে তেজৰ দৰে ৰঙা বৰষুণ। বৰষুণৰ পাছতে ৰঙা পৰে ইৰাণৰ এক অঞ্চল। যাৰ পাছতে ভাইৰেল হৈ পৰে সেই ৰঙা বৰষুণৰ ভিডিঅ আৰু ফটো।

ভিডিঅ দেখাৰ পাছতে মানুহে ইয়াৰ বিষয়ে জানিবলৈ তথা এই তেজৰ বৰষুণৰ বিষয়ে জানিবলৈ উত্ৰাৱল হৈ পৰে।

প্ৰথমে ২২ ফেব্ৰুৱাৰীত এগৰাকী ইৰাণী টুৰিষ্ট গাইডৰ ইনষ্টাগ্ৰাম একাউণ্টত এই তেজৰ বৰষুণৰ ভিডিঅ দেখিবলৈ পোৱা গৈছিল। সেই তেজৰঙা পানী বৈ গৈ পৰিছিল সাগৰত।

অৱশ্যে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ হৈছে সেই অঞ্চলৰ ৰঙা মাটি। তেজৰ দৰে ৰঙা মাটিত মিহলি হৈ আছে অত্যাধিক মাত্ৰাত আইৰণ অক্সাইড। যাৰ বাবে বৰষুণৰ পানী পৰাৰ লগে লগে ৰাষায়নিক ক্ৰিয়া হৈ তেজৰ দৰে ৰঙা হৈ পৰে।

এই ঘটনা কোনো অসামান্য ঘটনা নহয়। সেই অঞ্চলত ই একেবাৰে সামান্য ঘটনা। ই একে সামান্য প্ৰাকৃতিক ঘটনা। ইৰাণত ই প্ৰতি বছৰে হয়, আৰু পৰ্যটকৰ বাবে বহু আকৰ্ষণৰ কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Blood RainiranIran Blood RainRed Rainviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
Next Post
হোলীত সূৰ্য্যৰ আশীৰ্বাদত ৩ ৰাশিয়ে পাব প্ৰকৃত প্ৰেম, ১টা ৰাশিৰ বিচ্ছেদৰ সম্ভাৱনা

হোলীত সূৰ্য্যৰ আশীৰ্বাদত ৩ ৰাশিয়ে পাব প্ৰকৃত প্ৰেম, ১টা ৰাশিৰ বিচ্ছেদৰ সম্ভাৱনা

কাৰ্তিক আৰয়ানৰ সৈতে নাম সাঙোৰ খোৱা শ্ৰীলীলা কোন? ২৩ বছৰতেই দুই সন্তানৰ মাতৃ

কাৰ্তিক আৰয়ানৰ সৈতে নাম সাঙোৰ খোৱা শ্ৰীলীলা কোন? ২৩ বছৰতেই দুই সন্তানৰ মাতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.