ৰাজ্যজুৰি উদযাপিত গৰু বিহু। লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ গৰু। ৰাজ্যজুৰি উচ্ছাৰিত গো-ধনৰ মংগল কামনা।