‘হাই গৰ্মী’ মনলৈ নিশ্চয় আহিছে সেই লাৱণ্যময়ী নাৰী।
পিছে সেই বিশেষ অভিনেত্ৰীকো ঠাণ্ডা কৰিব নেকি এইবাৰ ইডিয়ে।
এটকা-দুটকা নহয় ২০০ কোটি টকীয়া কেলেংকাৰীত নাম সাঙোৰ খাইছে বলীউড অভিনেত্ৰী নৰা ফাতেহীৰ।
লগতে পঢ়ক সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী;
সুকেশ চন্দ্ৰশেষৰৰ ২০০ কোটি টকীয়া প্ৰৱঞ্চনাৰ গোচৰত জেকলিনৰ পিছতেই নাম সাঙোৰ খাইছে অভিনেত্ৰী নৰা ফাতেহীৰ।
বুধবাৰৰ দিনটোত জেকলিনক সোধপোছৰ বাবে মতা হৈছিল আৰু বৰ্তমান একেই গোচৰত সোধপোছৰ বাবে মতা হৈছে অভিনেত্ৰী নৰা ফাতেহীকো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ