• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰৰ বাজেটত দাখিল কৰা হ’ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক

এইবাৰৰ বাজেটত দাখিল কৰা হ’ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক

1 year ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

5 minutes ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

27 minutes ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

53 minutes ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

2 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

2 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

3 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

5 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

5 hours ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

6 hours ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

16 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

16 hours ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰৰ বাজেটত দাখিল কৰা হ’ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক

editor by editor
January 31, 2025
in ভাৰত, ৰাজনীতি
0
এইবাৰৰ বাজেটত দাখিল কৰা হ’ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰৰ বাজেটত দাখিল কৰা হ’ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক

আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন। কাইলৈ ১ ফেব্ৰুৱাৰী​তাৰিখে​বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত বাজেট দাখিল কৰিব। সংসদৰ বাজেট অধিৱেশন দুটা ভাগত অনুষ্ঠিত হ’ব৷ এই অধিবেশনত ১৬খন বিধেয়ক উত্থাপন কৰাৰ জল্পনা-কল্পনা চলিছে।

এইবাৰৰ এইখন বাজেট মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন সম্পূৰ্ণ বাজেট। যোৱা ২টা কাৰ্যকালৰ তুলনাত এইবাৰ বিজেপিৰ লোকসভাত ২৪০ খনতকৈও কম আসন। এনে পৰিস্থিতিত কোনো বিল পাছ হবলৈ কিছু সমস্যাৰ সন্মুখিন হব মোদী চৰকাৰ। লতে বিৰোধীয়েও মোডী চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ কোনো সুবিধা এৰি নিদিব।

খবৰ অনুসৰি, এইবাৰৰ বাজেট অধিৱেশনৰ সময়ত চৰকাৰে ১৬খন বিধেয়ক উত্থাপন কৰিব পাৰে। ইয়াৰ ভিতৰত আছে বিত্ত বিধেয়ক ২০২৫, ৱাকফ ব’ৰ্ড সংশোধনী বিধেয়ক, বেংকিং নিয়ন্ত্ৰণ আইন, ভাৰতীয় ৰে’লৱে আৰু ৰে’লৱে ব’ৰ্ডৰ একত্ৰীকৰণ আইন, অভিবাসন আৰু বিদেশী বিধেয়ক ২০২৫ ইত্যাদি।

কি কি ১৬ খন বিল তথা বিধেয়ক-

বেংকিং আইন (সংশোধনী) বিল, ২০২৪
ৰে’লৱে (সংশোধনী) বিধেয়ক, ২০২৪
দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক, ২০২৪
তেল খণ্ড (নিয়ন্ত্ৰণ আৰু উন্নয়ন) সংশোধনী বিধেয়ক, ২০২৪
বয়লাৰ বিল, ২০২৪
গোৱা ৰাজ্যৰ বিধানসভা সমষ্টিত অনুসূচিত জনজাতিসমূহৰ প্ৰতিনিধিত্বৰ পুনৰ সামঞ্জস্য বিধেয়ক, ২০২৪
ৱাকফ (সংশোধনী) বিল, ২০২৪
মুছলিম ৱাকফ (বাতিল) বিল, ২০২৪
বিল অৱ লেডিং বিল, ২০২৪
সামুদ্ৰিক মাল পৰিবহণ বিধেয়ক, ২০২৪
উপকূলীয় জাহাজ বিল, ২০২৪
মাৰ্চেণ্ট শ্বিপিং বিল, ২০০৪
বিত্ত বিধেয়ক, ২০২৫
বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিল, ২০২৫
ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫
ইমিগ্ৰেচন আৰু বিদেশী বিল, ২০২৫

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bedget 2025budgetModi Govt Budget
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

May 4, 2026
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ
অসম

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

May 4, 2026
Next Post
আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

আফগানিস্তানৰ দৰে হ'বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ

মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.