• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ-শুক্ৰই গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ, নৱেম্বৰৰ শেষ সপ্তাহত প্ৰচুৰ অৰ্থলাভ ৫ৰাশিৰ

2 weeks ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

27 mins ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

50 mins ago
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

2 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধ-শুক্ৰই গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ, নৱেম্বৰৰ শেষ সপ্তাহত প্ৰচুৰ অৰ্থলাভ ৫ৰাশিৰ

বুধ-শুক্ৰই গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ, নৱেম্বৰৰ শেষ সপ্তাহত প্ৰচুৰ অৰ্থলাভ ৫ৰাশিৰ

editor by editor
November 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধ-শুক্ৰই গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ, নৱেম্বৰৰ শেষ সপ্তাহত প্ৰচুৰ অৰ্থলাভ ৫ৰাশিৰ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান শুক্ৰই অৱস্থান কৰিছে নিজৰ ৰাশি তুলাত৷ আগন্তুক দেওবাৰে ২৩ নৱেম্বৰত তুলালৈ আহিব বুধ৷ তুলা ৰাশিত বুধ আৰু শুক্ৰৰ মিলনত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ জ্যোতিষশাস্ত্ৰত লক্ষ্মী নাৰায়ণক অত্যন্ত শুভ যোগ হিচাপে চোৱা হয়৷ ইয়াৰ শুভ প্ৰভাৱত মা লক্ষ্মী আৰু নাৰায়ণৰ কৃপা লাভ কৰা যায়৷ এই যোগ সম্পদ, সমৃদ্ধি আৰু সামাজিক সন্মান কঢ়িয়াই আনে৷ জানি থওক এই যোগৰ প্ৰভাৱত নৱেম্বৰৰ শেষ সপ্তাহত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

প্ৰমোছন পাব পাৰে মেষ ৰাশিয়ে

মেষ ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব বুধে৷ লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱত আৰ্থিকভাৱে লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিব৷ কাৰ্যালয়ত পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ পৰা সকলোধৰণৰ সহায় পাব৷ মানসিক চাপ কমিব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

অফিচত প্ৰশংসা পাব মিথুন ৰাশি

বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত সৌভাগ্য লাভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ মিথুন ৰাশিৰ পঞ্চম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ভৱিষ্যতৰ কথা ভাৱি এই সময়ত বেছ কিছু লাভজনক সিদ্ধান্ত ল’ব পাৰে৷ অফিচত আপোনাৰ কামত কৰ্তৃপক্ষৰ প্ৰশংসা পাব৷ প্ৰেম জীৱন আৰু মধুৰ হব৷ নতুন পৰিকল্পনা কাৰ্যকৰ হ’ব৷

আৰ্থিক লাভ কৰ্কট ৰাশিৰ

কৰ্কট ৰাশিৰ চতুৰ্থ ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ এই যোগৰ প্রভাৱত ভাগ্য খুলিব কৰ্কট ৰাশিৰ জাতকৰ৷ বিলাসিতাৰ মাজেৰে সময় কটাব৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ ৰিয়েল এষ্টেট সংক্ৰান্তিয় সমস্যা দূৰ হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিপত্তি বাঢ়িব৷ অফিচত সহকৰ্মীৰ সাহায্য পাব৷

বিদেশ যাত্ৰা কৰিব পাৰে তুলা ৰাশিয়ে

তুলা ৰাশিতেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হ’ব তুলা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি বাঢ়িব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভৰ যোগ আছে৷ ব্যৱসায়ত লাভ বাঢ়িব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ অবিবাহিতসকলৰ বিবাহৰ কথা আগুৱাব৷

কেৰিয়াৰত উন্নতি হ’ব মকৰ ৰাশিৰ

মকৰ ৰাশিৰ দশম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ এই সময়ত কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ যোগ আছে৷ আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু মজবুত হ’ব৷ ডাঙৰ আৰ্থিক লাভ হ’ব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব৷ পৰিয়ালৰ সকলোকে নিজৰ কাষত পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন
জীৱনশৈলী

December 5, 2025
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?
জীৱনশৈলী

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

December 5, 2025
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?
জীৱনশৈলী

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

December 5, 2025
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা
জীৱনশৈলী

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

December 1, 2025
Next Post
জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ

মঙলবাৰে এই ৫ কাম ভুলতো নকৰিব, প্ৰচণ্ড ক্ৰুদ্ধ হয় বজৰংবলী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন