• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

6 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

editor by editor
August 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?
0
SHARES
763
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঙৰ খবৰ৷ বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট৷ বাইপাছৰ পৰা কেমোথেৰাপিত, এইবাৰ আপোনাৰ পকেটৰ পৰাই যাব লাখ লাখ টকা৷ কাৰণ ১ ছেপ্টেম্বৰৰ পৰা মাক্স হেলথকেয়াৰ আৰু মেদান্তৰ দৰে শীৰ্ষস্থানীয় চিকিৎসা পৰিসেৱা প্ৰদানকাৰী হাস্পতালকে ধৰি প্ৰায় ১৫০০০তকৈ অধিক হাস্পতালত নগদহীন চিকিৎসাৰ সুবিধা প্ৰদান বন্ধ কৰি দিয়া হৈছে৷

যাৰফলত লাখ লাখ বাজাজ এলিয়েন্স স্বাস্থ্যবিমা পলিছিধাৰীয়ে বৃহৎ ধাক্কাৰ সন্মুখীন হব৷ হাস্পতাল আৰু বীমা সংস্থাৰ মাজত দীৰ্ঘদিন ধৰি চলা বিৰোধৰ বাবেই এই পৰিস্থিতি৷ এছোচিয়েচন অফ হেলথকেয়াৰ প্ৰভাইডাৰছ অফ ইণ্ডিয়াই জনাইছে যে ভাৰতত চিকিৎসাৰ খৰচ প্ৰতি বছৰে ৭-৮শতাংশ হাৰত বৃদ্ধি পালেও বাজাজ এলিয়েন্সে বছৰৰ পাছত বছৰ ধৰি প্ৰিমিয়ামৰ হাৰ সংশোধন কৰা নাই৷

হাস্পতালসমূহৰ যুক্তি যে ঔষধ, সৰঞ্জাম, কৰ্মীসকলৰ দৰমহা আৰু ইউটিলিটি বিলৰ দাম বাঢ়ি গলেও তেওঁলোকে পুৰণি হাৰতহে সেই ধন দিয়ে৷ ইয়াৰোপৰি অভিযোগ যে বীমা সংস্থাসমূহৰ প্ৰায়েই যথাযথ আলোচনা অবিহনেই টকাৰ পৰিমাণ কাটে৷ ফলত হাস্পতালসমূহ আৰ্থিকভাৱে চাপৰ মাজত পৰে৷

উল্লেখ্য যে কেছলেছ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰোগীক ভৰ্তিৰ সময়ত কোনোধৰণৰ ধন  বিনিয়োগ নকৰিলেও হয়৷ হাস্পতালৰ ভৰ্তিৰ খৰচ, অস্ত্ৰোপচাৰ, কেন্সাৰ বা কিডনিৰ দৰে গুৰুতৰ অসুস্থতাৰ চিকিৎসা আৰু দুৰ্ঘটনাৰ আঘাতৰ দৰে জৰুৰী চিকিৎসাৰ খৰচ এনেকৈয়ে বহন কৰে৷ হাস্পতালসমূহত যদি কেছলেছ ট্ৰিটমেণ্ট বন্ধ কৰি দিয়ে তেন্তে ৰোগীৰ পৰিয়ালে কেছ লেনদেন কৰিব লাগিব বেংকত৷

সেই ক্ষেত্ৰত ৰোগীৰ পৰিয়ালে চিকিৎসাৰ বাবে লাখ লাখ টকা খৰচ কৰিব লাগিব৷ ভাৰতত হাৰ্টৰ অস্ত্ৰোপচাৰৰ খৰচ সাধাৰণতে ৩ৰ পৰা ৭ লাখ টকাৰ মাজত হয়৷ কিডনি প্ৰতিস্থাপনৰ খৰচো ৫ লাখ টকাৰ পৰা আৰম্ভ হৈ ১০ লাখ টকাতকৈ বেছি হয়৷ সকলোতকৈ বেছি খৰচ লিভাৰ প্ৰতিস্থাপনত৷ ইয়াত প্ৰায় ২০ৰ পৰা ৩০ লাখ পৰ্যন্ত খৰচ হয়৷

এই বিপুল পৰিমাণৰ চিকিৎসাৰ খৰচ মধ্যবিত্ত পৰিয়ালসমূহৰ ওপৰত পৰিব কাৰণ মধ্যবিত্ত পৰিয়ালৰ বাবে হঠাৎ একেলগে ইমান ধন জোগাৰ কৰাটো খুবেই টান কাম হৈ পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ

গৌৰৱৰ ক্ষণ, দেশৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ যোগী, মমতা, নাইডু সকলো ম্লান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ জনপ্ৰিয়তাৰ ওচৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন