আঁৰৰ কাহিনী। CAA আন্দোলনত সোমাই পৰিছিল বিজেপিৰ এজেণ্ট। সোমাই পৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এজেণ্ট। অভিনেতা যতীন বৰা আছিল ৰঞ্জিত দাসৰ অন্যতম এজেণ্ট।