• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে

এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে

3 years ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

27 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

51 minutes ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

1 hour ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

2 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

3 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

4 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

4 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

6 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

8 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

22 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে

editor by editor
May 6, 2023
in জীৱনশৈলী, বিশ্ব
0
এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে
0
SHARES
578
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টকাৰেই সুখ কিনিব পাৰিনে? যুগ যুগ ধৰি চলি আহিছে এই প্ৰশ্ন। একাংশৰ মতে টকাৰে কেতিয়াও সুখ কিনিব নোৱাৰি। একাংশৰ মতে আকৌ ধন থাকিলে সুখ নিজেই আহে। কিন্তু সচাঁকৈয়ে টকাৰে সুখ কিনিব পাৰিনে? সাম্প্ৰতিক সময়ত এক গৱেষণাত পোহৰলৈ অহা তথ্যমতে টকাই সুখৰ মূল চাবি-কাঠি।

টকাই সুখৰ মূল চাবি-কাঠি সেই কথা প্ৰমাণ কৰি দেখুওৱাইছে এক গৱেষণাই। এককথাত সুখী হ’বলৈ ধন লাগিবই। এই তথ্য দাঙি ধৰিছে নোবেলজয়ী অৰ্থনীতিবিদ ডেনিয়েল কাহনমেনে। অৰ্থনীতিবিদগৰাকীয়ে গৱেষণা পত্ৰত প্ৰকাশ কৰিছে এই কথা। সেই গৱেষণাৰ মূল তত্ত্ব হৈছে কেৱল টকাৰেই জীৱনৰ প্ৰকৃত সুখ আনিব পাৰি। ২০১০ চনত ডেনিয়েল কেহনমেনে সুখৰ বাবে ধনৰ কিমান প্ৰয়োজন সেই কথা সমীক্ষাত প্ৰকাশ কৰিছে।

সমীক্ষাৰ অন্তত প্ৰকাশ কৰামতে ৭৫ হাজাৰ ডলাৰ অৰ্থাৎ ৬২ লাখ টকা থাকিলেই তেওঁ সকলোতকৈ সুখী মানুহ। আয় বাঢ়িলে আনন্দৰ মাত্ৰাও বাঢ়ে। ২০১০ চনত সেই গৱেষণাত ক্ৰেডিট কাৰ্ড বিক্ৰেতা সংস্থাৰ কেইগৰাকীমান লোকৰ ওপৰত গৱেষণা চলোৱা হৈছিল। সেই কোম্পানীটোত কৰ্মচাৰীসকলৰ নূন্যতম বেতন ৬২ লাখ টকা। গৱেষক কেহনমেনে বাখ্যা কৰামতে সুখৰ বহুকেইটা নিৰ্ধাৰক আছে। তাৰ মাজতেই এটা হৈছে ধন বা অৰ্থ। সেই অৰ্থতেই সুখৰ গোপন চাবি-কাঠি লুকাই আছে। যিয়ে মানুহৰ জীৱনত সুখ বঢ়োৱাত সহায় কৰে। সংশ্লিষ্ট বিষয়টোক লৈ আমেৰিকাৰ ১৮ ৰ পৰা ৬৫ বছৰীয়া কেইবাহাজাৰ মানুহৰ মতামত লোৱা হৈছিল। এই সমীক্ষাত প্ৰায় প্ৰতিজনেই ধনতেই সুখ লুকাই আছে বুলি প্ৰকাশ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Next Post
শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক

শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক

শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান

শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.