• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক

শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক

3 years ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

26 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

50 minutes ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

1 hour ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

2 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

3 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

4 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

4 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

6 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

8 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

22 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী ফেশ্বন

শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক

editor by editor
May 6, 2023
in ফেশ্বন, স্বাস্থ্য
0
শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টাটু কৰাটো প্ৰায়সংখ্যক লোকৰেই প্ৰধান চখ। ফেশ্বন জগতত টাটু কৰাটো নতুন এক ফেশ্বন। কিন্তু এই টাটুৰ পৰা হ’ব পাৰে কেইবাটাও ভয়ংকৰ ৰোগ। চিকিৎসকৰ মতে বেছিভাগ মানুহৰেই ধাৰণা যে টাটু অঁকাৰ ৰঙত আৰ্ছেনিক, বেৰিলিয়াম, কেডমিয়াম, পাৰদ, ছীচাৰ আদিৰ দৰে যৌগ আছে। যিয়ে হৃদযন্ত্ৰ, লিভাৰ, হাওঁফাওঁ আৰু কিডনীত প্ৰভাৱ পেলাব পাৰে। সেয়ে স্থায়ীভাৱে টাটু কৰিলে পূৰ্বেই এই শাৰীৰিক সমস্যাসমূহৰ বিষয়ে জানি লোৱাটো প্ৰয়োজন।

এলাৰ্জীৰ সমস্যা
টাটুৰ পৰা বহুতৰেই ছালত এলাৰ্জীৰ সমস্যাই দেখা দিয়ে। টাটুৰ ৰঙত থকা বিভিন্ন ধাতুৰ পৰা খজুলিও হ’ব পাৰে। টাটু কৰোতে যদি ৰঙা পৰি যায় সেই ঠাইতেই খজুলিৰ সমস্যা বাঢ়িব পাৰে।

সংক্ৰমণ
টাটু কৰাৰ সময়ত যথাযথ পৰিস্কাৰ পৰিচ্ছন্নতা মানি চলাটো খুবেই প্ৰয়োজন। ইয়াৰ ফলত নানান ধৰণৰ সংক্ৰমণ হ’ব পাৰে। কেৱল সেয়াই নহয় টাটু কৰোতে বিশেষ বেজীটোৰ পৰা শৰীৰলৈ নানান বেক্টেৰিয়াৰো প্ৰৱেশ ঘটিব পাৰে।

তেজত সংক্ৰমণ

টাটু কৰোতে বেজীয়ে ছাল ফুটুৱাই তেজ উলিওৱা হয় তেনেক্ষেত্ৰত আমাৰ ৰক্তবাহিত নলীতো বিভিন্ন ৰোগৰ সংক্ৰমণ ঘটাৰ সম্ভাৱনা থাকে। টাটু কৰাৰ সময়ত যন্ত্ৰপাতিসমূহ ভালধৰণে পৰীক্ষা কৰি ল’ব লাগে অন্যথা হেপাটাইটিছ বি, চি আৰু এইছআইভিৰ দৰে ৰোগৰ সংক্ৰমণ হোৱাৰো সম্ভাৱনা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
Next Post
শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান

শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান

মনোৰোগ বিশেষজ্ঞ সংগীতা আৰক্ষীৰ জালত! সাধাৰণ কয়দীৰ দৰেই পানবজাৰ থানাৰ লকআপত পাৰ হ’ল নিশা

মনোৰোগ বিশেষজ্ঞ সংগীতা আৰক্ষীৰ জালত! সাধাৰণ কয়দীৰ দৰেই পানবজাৰ থানাৰ লকআপত পাৰ হ’ল নিশা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.