• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান

শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান

3 years ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

41 minutes ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

1 hour ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

2 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

4 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

5 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

6 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

7 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

7 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

10 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান

editor by editor
May 6, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট! চিকিৎসক ৱালিউলক ৫ দিন আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ডাঃ সংগীতাক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুৱাহাটীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। শুকুৰবাৰে ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ৰহমানক লৈ উত্থাপিত হৈছে শিশু নিৰ্যাতনৰ অভিযোগ। আৰক্ষীয়ে শুকুৰবাৰে নিশাই গ্ৰেপ্তাৰ কৰিছে চিকিৎসক ৱালিউল ৰহমানক। ইপিনে তোলনীয়া কণমানিজনীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাও কৰোৱা হৈছে। স্বাস্থ্য পৰীক্ষাৰ অন্তত GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয়, ‘বৰ্তমান তিনি বছৰীয়া কণমানিজনী সুস্থ। সকলো বিলাক পৰীক্ষা কৰা হৈছে কণমানিগৰাকীৰ। আঘাতৰ চিন পোৱা গৈছে। কিন্তু বৰ্তমান সম্পূৰ্ণ সুস্থ।’ ইপিনে আশ্ৰয়গৃহৰ এগৰাকী লোকে কয়, ‘কণমানিজনীৰ শৰীৰত আঘাতৰ চিন আছে। গোপন অংগতো জ্বলাই দিয়া চিন পোৱা গৈছে। বৰ্বৰভাৱেই এই দম্পতিহালে শিশুটিক অত্যাচাৰ কৰিছিল।’

ইফালে, বনকৰা মহিলাগৰাকীয়ে থানাৰ পৰা চি জে এম আদালতলৈ নিয়াৰ সময়ত কয়, ‘মই একো কৰা নাই। সংগীতাই কৈছে বাবেহে মই কৰিছিলো।’ আনহাতে, ডাঃ ৱালিউৰ ৰহমানক পল্টন বজাৰ থানাৰ পৰা চিকিৎসালয়লৈ নিয়া হয়। তাৰ পিছতে আদালতত হাজিৰ কৰোৱা হয়। এতিয়াও পলাতক হৈ আছে ডাঃ সংগীতা দত্ত। এডিচিপি চেন্ট্রেল নন্দিনী কাকতিয়ে কয়, ‘কেইবাটাও টীম বনাই মহানগৰ আৰক্ষীয়ে সংগীতা দত্তক বিচাৰি আছে। ৩ বছৰীয়া কণমানিগৰাকীৰ দেহত বহুতো গুৰুতৰ আঘাত চিন পোৱা গৈছে। পূৰণি আঘাতো পোৱা গৈছে কণমানিগৰাকীৰ দেহত। সকলো পৰীক্ষা কৰা হৈছে কণমানিগৰাকীৰ।’

উল্লেখ্য যে, সংগীতা দত্তৰ স্বামী ডাঃ ৱালিউল ৰহমানক ৫ দিনৰ আৰক্ষীয়ে জিম্মাত লোৱাৰ বিপৰীতে বনকৰা মহিলা লক্ষী ৰয়ক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে। ইফালে পলাতক ডাঃ সংগীতা দত্তক বিচাৰি অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?
জীৱনশৈলী

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

July 8, 2026
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
জীৱনশৈলী

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

July 8, 2026
Next Post
মনোৰোগ বিশেষজ্ঞ সংগীতা আৰক্ষীৰ জালত! সাধাৰণ কয়দীৰ দৰেই পানবজাৰ থানাৰ লকআপত পাৰ হ’ল নিশা

মনোৰোগ বিশেষজ্ঞ সংগীতা আৰক্ষীৰ জালত! সাধাৰণ কয়দীৰ দৰেই পানবজাৰ থানাৰ লকআপত পাৰ হ’ল নিশা

মেৰিকমৰ কাতৰ আহ্বান শুনিবলৈ আহৰি নাই কেন্দ্ৰৰ! হিংসাৰ দাৱানল কেনেকৈ বাঢ়িছে ভিডিঅ’ বাৰ্তাযোগে স্থানীয় লোকে কোৱা কথাই শিঁহৰিত কৰিব আপোনাক

মেৰিকমৰ কাতৰ আহ্বান শুনিবলৈ আহৰি নাই কেন্দ্ৰৰ! হিংসাৰ দাৱানল কেনেকৈ বাঢ়িছে ভিডিঅ’ বাৰ্তাযোগে স্থানীয় লোকে কোৱা কথাই শিঁহৰিত কৰিব আপোনাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.