অপৰাধ

নগাঁৱৰ গৰু ছিণ্ডিকেট, মাষ্টাৰমাইণ্ড ৰাতুল আলী, ৰফিকুল ইছলাম কাৰাগাৰলৈ

নগাঁৱৰ গৰু ছিণ্ডিকেট। মাষ্টাৰমাইণ্ড ৰাতুল আলী, ৰফিকুল ইছলামক কাৰাগাৰলৈ প্ৰেৰণ। আৰু কোন কোন জড়িত? আৰক্ষীৰ কি ভূমিকা?

Read more

পুনৰ জ্বলিছে মৰিয়নি, কি কয় ৰূপজ্যোতিয়ে?

মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস। প্ৰতিবাদকাৰী অসমীয়াক আক্ৰমণ কৰিবলৈ মাৰণাস্ত্ৰধাৰী নগা। নগাৰ আগ্ৰাসনৰ প্ৰতিবাদত অসমীয়াৰ অৰ্থনৈতিক অৱৰোধ।

Read more

ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট

ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট। নাগালেণ্ডৰ পৰা অসমলৈ অবৈধভাৱে চুপাৰি সৰবৰাহ। নগাঁৱৰ কঠীয়াতলীত ৩ খনকৈ ১৬ চকীয়া ট্ৰাক জব্দ।

Read more

এটাৰ পাছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা বিজেপি চৰকাৰৰ আমোলত

এটাৰ পাছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা বিজেপি চৰকাৰৰ আমোলত। ৰূপহীহাট গৰাজানত কিশোৰী অপহৰণ। ২৯ দিনে সন্ধানহীন কিশোৰীগৰাকী।

Read more
Page 125 of 137 1 124 125 126 137

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]