বিনোদন

ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

অসম লাইভ২৪ঃ ৭ বছৰৰ অন্তত ভাৰতৰ মাটিত ভৰি দিছে পাকিস্তানৰ ক্ৰিকেট দলে৷ ভাৰতত উপস্থিত হোৱাৰ পাছতেই এটাৰ পাছত আনটো বিষয়ক...

Read more

‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

অসম লাইভ২৪ঃ পাকিস্তান ক্ৰিকেট বৰ্ডে ঘোষণা কৰিছিল তেওঁলোকে টুৰ্নামেণ্ট খেলিবলৈ ভাৰতলৈ নাহে৷ কিন্তু বিভিন্ন চাপত পৰি শেষ পৰ্যন্ত ভাৰতলৈ আহিবলৈ...

Read more

জীয়াই থকাটোৱেই বৃহৎ প্ৰত্যাহ্বান! ধ্বংসস্তুপৰ মাজৰ পৰা ওলাই দেশলৈ আনিলে ৰূপৰ পদক, কান্দোনত ভাঙি পৰা মণিপুৰৰ ৰোছিবিনাই কি ক’লে দেশবাসীক?

অসম লাইভ২৪ঃ এই বিজয় সহজ নহয়, ধ্বংসস্তুপৰ মাজৰ পৰা ফিনিক্স পক্ষী হৈ উৰিছে ৰোছিবিনা দেবী। বিগত কেইবামাহ ধৰি মণিপুৰত হিংসাৰ...

Read more

কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত ঘৰ এৰিছিল, বলীউডত ব্যৰ্থতাই অৱসাদ আনিছিল, ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

অসম লাইভ২৪ঃ বলীউডৰ প্রথম শাৰীৰ অভিনেত্ৰীৰ মাজত তেঁৱো আছে। বায়েকো অভিনয়ক্ষেত্ৰৰ নামজ্বলা অভিনেত্ৰী। কিন্তু কেৰিয়াৰ গঢ়ি তুলিলে সম্পূৰ্ণ ভিন্ন ক্ষেত্ৰত।...

Read more

সাধাৰণ অথচ অসাধাৰণ! সাতোজনমলৈ এক হোৱাৰ পৰত পৰী-ৰাঘৱে দিলে বিশেষ বাৰ্তা, অতিথিৰ পৰা উপহাৰ নহয় ল’লে কেৱল একাঁজলী আশীৰ্বাদ

অসম লাইভ২৪ঃ লাঞ্চ ডেটৰ পৰা আৰম্ভ হোৱা সেই প্ৰেমে অৱশেষত পূৰ্ণতা পালে। আজীৱন একেলগে বাট বুলাৰ কথাবোৰ আওৰাই এক হ’ল...

Read more

দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষত ৰাহুক মায়াবী বা ছায়া গ্ৰহ বুলি কোৱা হয়। শনিৰ পাছত এই গ্ৰহে ৰাশি পৰিবৰ্তন কৰোতে বহু...

Read more

এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

অসম লাইভ২৪ঃ দক্ষিণী চিনেমাজগতৰ তেওঁ অন্যতম নামজ্বলা তাৰকা৷ বিনোদন জগতত ৰজনীকান্ত, কমল হাছান, নাগাৰ্জুনৰ দৰে ছুপাৰষ্টাৰৰ সৈতে কাম কৰিছে তেঁও৷...

Read more

১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

অসম লাইভ২৪ঃ বলীউডৰ অন্যতম কৃতী আৰু জনপ্ৰিয় নৃত্য প্ৰশিক্ষক তেওঁ৷ এক দৌ তিন, হাৱাই হাৱাইৰ দৰে গানত নৃত্য কৰিবলৈ শিকাইছিল...

Read more

৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

অসম লাইভ২৪ঃ ভাৰতৰ হৈ বিশেষ পাৰদৰ্শিতা দেখুৱাইছে মহম্মদ ছিৰাজে৷ মহম্মদ ছিৰাজৰ খেলে ধৰাশায়ী কৰিছে শ্ৰী লংকাক৷ ফাইনেলত মাত্ৰ ৫০ ৰান...

Read more

এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

অসম লাইভ২৪ঃ দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলি কুমাৰ। ১০ বছৰ আগত নিজৰ সামাজিক মাধ্যমত শ্বাহৰুখৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল এটলি...

Read more
Page 202 of 319 1 201 202 203 319

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]