ৰাজনীতি

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

ভোটগণনাৰ পূৰ্বে নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত এক আক্ৰমণৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, দা-লাঠী আদি লৈ প্ৰায় ৩০-৩৫...

Read more

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ফ্ৰান্সৰ ষ্ট্ৰাছবাৰ্গত থকা ইউৰোপীয় সংসদৰ ভিতৰত স্থাপন কৰা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৮.৫ ফুট উচ্চতাৰ এটা বিশাল সোণালী ন*গ্ন...

Read more

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নতুন দিল্লীত আজি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কংগ্ৰেছসহ বিৰোধী দলসমূহে সাব্যস্ত কৰা প্ৰতিবাদক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত...

Read more

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

আজি অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। নগাঁওৰ উপৰিও পশ্চিমবংগৰ নন্দিগ্ৰাম আৰু ৰেজিনগৰ বিধানসভা সমষ্টিতো কটকটীয়া...

Read more

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে ব্যাপক নিৰ্বাচনী হিংসা সংঘটিতৰ অভিযোগ উঠিছে। লাহৰীঘাটত ভোটদানক কেন্দ্ৰ কৰি এগৰাকী বৃদ্ধ লোকক আক্ৰমণ কৰাৰ...

Read more

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

নগাঁও উপ-নিৰ্বাচনৰ আজি ভোটগ্ৰহণ, ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে জনতা। পুৱা ৭ বজাৰ পৰা সমষ্টিটোৰ ২,৩০৭টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ...

Read more

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও লোকসভা উপ নিৰ্বাচনৰ পূৰ্বে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। কৰ্তব্যৰত অৱস্থাতে এগৰাকী আৰক্ষী জোৱানৰ আকস্মিক মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ...

Read more

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ ছুপ্ৰিম ক’ৰ্টত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। অভিযোগ অনুসৰি, নিৰ্বাচন আয়োগৰ কিছুমান...

Read more

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

এটা বছৰ সম্পূৰ্ণ হ’ল হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ! কোকৰাঝাৰৰ বডোফা নগৰত উখল-মাখল পৰিৱেশ। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি পৰিষদে সম্পূৰ্ণ কৰিলে...

Read more

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতে AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল...

Read more
Page 2 of 300 1 2 3 … 300

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]