• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃপক্ষৰ প্ৰথম দিনাই চন্দ্ৰগ্ৰহণ, গ্ৰহণৰ অন্ধকাৰতো ভাল সময় আহি আছে এই ৫ৰাশিৰ বাবে

পিতৃপক্ষৰ প্ৰথম দিনাই চন্দ্ৰগ্ৰহণ, গ্ৰহণৰ অন্ধকাৰতো ভাল সময় আহি আছে এই ৫ৰাশিৰ বাবে

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

11 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

47 minutes ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

1 hour ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃপক্ষৰ প্ৰথম দিনাই চন্দ্ৰগ্ৰহণ, গ্ৰহণৰ অন্ধকাৰতো ভাল সময় আহি আছে এই ৫ৰাশিৰ বাবে

পিতৃপক্ষৰ প্ৰথম দিনাই চন্দ্ৰগ্ৰহণ, গ্ৰহণৰ অন্ধকাৰতো ভাল সময় আহি আছে এই ৫ৰাশিৰ বাবে

editor by editor
September 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পিতৃপক্ষৰ প্ৰথম দিনাই চন্দ্ৰগ্ৰহণ, গ্ৰহণৰ অন্ধকাৰতো ভাল সময় আহি আছে এই ৫ৰাশিৰ বাবে
0
SHARES
779
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গ্ৰহণৰ বিশেষ ভূমিকা আছে৷ সূৰ্য বা চন্দ্ৰ গ্ৰহণ হ’লে তাৰ প্ৰভাৱত আমাৰ জীৱনত নানান ধৰণে পৰে৷ ইয়াৰ সৈতে গ্ৰহণ লগাৰ দিন আৰু সময় অত্যন্ত গুৰুত্বপূৰ্ণ৷ ২০২৪ চনৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ হ’ব আগন্তুক ১৭ ছেপ্টেম্বৰৰ মাজনিশা৷ কেইবাটাও স্থানত আকৌ ১৮ ছেপ্টেম্বৰত পৰিব গ্ৰহণ৷ আকৌ ১৭ ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈছে এই বছৰৰ পিতৃপক্ষ৷ শাস্ত্ৰ অনুসৰি পিতৃপক্ষৰ মাজত প্ৰয়াত পূৰ্বপুৰুষৰ বংশধৰসকলে পানী খাবলৈ মৰ্ত্যলৈ নামি আহে৷ পিতৃপক্ষৰ আৰম্ভণিতেই চন্দ্ৰগ্ৰহণ সেয়ে এই গ্ৰহণ অত্যন্ত মাহাত্ম্যপূৰ্ণ হ’ব৷ জ্যোতিষ গণনাই কৈছে যে ৰাহুৰ গ্ৰাসত চন্দ্ৰ সোমাই পৰিলে সৌভাগ্য লাভ হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক তালিকাত কোন কোন ৰাশিৰ জাতক আছে?

বৃষ ৰাশি

বৃষ ৰাশিৰ একাদশ ঘৰত গ্ৰহণ লাগিব৷ এই পৰিস্থিতিত বৃষ ৰাশিৰ জাতকৰ নিজৰ উপাৰ্জনৰ পৰিমাণ বহুপৰিমানে বাঢ়িব৷ হঠাৎ অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব পাৰে৷ পেছাগত জীৱনত উন্নতি কৰাৰ একাধিক সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ বন্ধুৰ সৈতে আপোনাৰ সম্পন্ন উন্নত হ’ব৷ এই সময়ত আপুনি বহু দৰকাৰী কাম সম্পন্ন কৰিব পাৰিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ দশম ঘৰত চন্দ্ৰগ্ৰহণ হ’ব৷ ইয়াৰ প্ৰভাৱ মিথুন ৰাশিৰ জাতকৰ ওপৰত দীৰ্ঘদিন ধৰি থাকিব৷ এই সময়ত চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱত সকলো সমস্যাৰ পৰা মুক্তি পাব আপুনি৷ এই সময়ত আপোনাৰ সম্পদৰ পৰিমান বৃদ্ধি পাব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সাংসৰিক জীৱনত মাতৃৰ সহায়তা পাব মিথুন ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে এই সময়ত বৃহৎ লাভ কৰিব পাৰিব৷ জনপ্ৰিয়তা বৃদ্ধি পাব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত হ’ব চন্দ্ৰগ্ৰহণ৷ এই গ্ৰহণৰ কাৰণে পঢ়াশুনাত বিশেষ সাফল্য পাব বৃশ্চিক ৰাশিৰ জাতকে৷ বিদেশত পঢ়িবলৈ যোৱাৰ ইচ্ছা থাকিলে আপোনাৰ মনৰ ইচ্ছা পূৰণ হ’ব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ ভাগ্যই এই সময়ত আপোনাক লগ দিব৷ নতুন বাহন বা ঘৰ ক্ৰয় কৰিব পাৰে৷ কাৰ্যালয়ত প্ৰমোছন পোৱাৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

ধনু ৰাশিৰ চতুৰ্থ ঘৰত গ্ৰহণ লাগিব চন্দ্ৰ৷ এই পৰিস্থিতিত আৰ্থিকভাৱে সাফল্য পাব ধনু ৰাশিৰ জাতকে৷ আপোনাৰ যাৱতীয় আৰ্থিক সমস্যা এই সময়ত আঁতৰি যাব৷ হঠাৎ বেছ কিছু অতিৰিক্ত ধন আপোনাৰ হাতলৈ আহিব৷ বিবাহিতসকলে শহুৰৰ ঘৰৰ পৰা অৰ্থলাভ কৰিব পাৰে৷ মাটি সংক্ৰান্তীয় কোনো বৃহৎ চুক্তি আপুনি চূড়ান্ত কৰিব পাৰিব৷ পাৰিবাৰিক সকলো কামত সফল হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ দ্বিতীয় ঘৰত হ’ব চন্দ্ৰগ্ৰহণ৷ ইয়াৰ প্ৰভাৱত জীৱনৰ সকলো ক্ষেত্ৰত সাফল্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ বিশেষকৈ আপোনাৰ কথা আৰু ব্যক্তিত্বৰ আকৰ্ষণত বহুতেই মুগ্ধ হ’ব৷ নিজৰ বেংক বেলেন্স বহুপৰিমানে বাঢ়িব৷ পেছাগত জীৱনত উন্নতি কৰিব৷ আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ নতুন বাহন ক্ৰয় কৰিব পাৰে কুম্ভ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
মাত্ৰ দুদিন সময় আছে হাতত! বিনামূলীয়াকৈ কেনেকৈ কৰিব আধাৰৰ আপডেট? সবিশেষ

মাত্ৰ দুদিন সময় আছে হাতত! বিনামূলীয়াকৈ কেনেকৈ কৰিব আধাৰৰ আপডেট? সবিশেষ

ঘৰত কুকুৰ ৰখাৰ আগতে ১০০বাৰ ভাবক! পোহনীয়া পিটবুলেই কা/ঢ়ি/লে একমাত্ৰ কন্যাক

ঘৰত কুকুৰ ৰখাৰ আগতে ১০০বাৰ ভাবক! পোহনীয়া পিটবুলেই কা/ঢ়ি/লে একমাত্ৰ কন্যাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.